পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। অনুগতে পাৰে কাজক মশিয়া, ৰাঘৱৰ বৰ নাৰী। ধীৰে ধীৰে মাত ... বুলি বচন, জনক ৰাৰ জীয়ৰী। কি কাৰণে প্ৰভু মনত আনু, মিলিল কোন প্ৰমাদ। কজিয়োক প্ৰভু হৰিৰ কালত, | দেৰি কেন বিবাদ। অতি অপ্ৰমাদী মন্ত্ৰী-পত্ৰ আদি, ব্ৰাহ্মণ ছয় হত। পঢ়ি মন্ত্ৰ মূল দুৰ্বাক্ষত ফুল নেদিলা তজু শিত। তোহ্মাৰ লগত ধৱল চামৰ, নাহি ৰাজ অলঙ্কাৰ। কিনো বিপৰীত অখিৰ চৰিত, | দেখোহে চিত্ত তোৰ। ৰাজলক্ষী ধৰ প্ৰমৰ ফুৰ,

নাসিল কেনে লগত।

চলন্ত বেগত মেৰু পৰ্বতক, তুলিতে দান্তে শত। আতি মনোৰম : অষ্ট তুমি , জুগুত কাঞ্চনময়। ... হেন পুপথ .. তোৰ লগত, কেনে প্ৰভু নচলয়। ... : তোক্ষত ভকত মন্ত্ৰী পাত্ৰ যত,

আনো ৰা সে গণ।

সমৰে শকত গোমাৰি লগত,

নকৰে কেনে গমন।

| ' . -