পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। গিৰিত যুদয়গিৰি খণ্ড খণ্ড হয়। দেবাৰ নৰে বোলে মিলিল প্ৰলয়। কতে বেলি হিৰন্যই কিছু চিত্ৰ পাইল। উদ্ধক লাগিল হৰি খেপিয়া পঠাইল সতেক জোন মান উল্ক লাগি গৈল। পৃথবিত পৰি হৰি অচেতন ভৈলা। দেখি অসুৰ গনে কৰে জয় জয়। কৈৰ সিংহ পলু গোটে পাক যুঞ্জয়। পতঙ্গ জে হুআ কৰে অগনিক সাস।. . এহিবুলি দৈত্যগনে তুলিলেক হাস। অঙ্গে অন্যে বোলে কিনু মন জে অশিষ্ট। আমাৰ ৰাজাক আসি সুজয় পাপিষ্ট। এহিবুলি দৈত্যগন নিমে ৰহিলা। ৰাজাৰ চৰনে পৰি প্ৰম কৰিলা। আমাৰ বচন প্ৰভু সুনা দৈতেচৰ। তোমাক বধিতে আইলা দেৱ গদাধৰ। তাঙ্ক মাৰিবাক লাগি কৰাহা জতন। তোমাৰ কি মৃত্যু আচে দেৱৰ ৰচন : হেন সুনি দৈতেৰে গৰ্জ্জুিবাক তৈলা। সেহি সময়ত আনো দৈত্য প্ৰবেসিলা। ধৰ ধৰ মাৰ মাৰ কাট কাট কৰি। কুধে খেদি আসে দৈত্য নফলয় ভৰি। কতো বেলি চেতন লভিলা নাৰায়ন। নহে হৃদয়ে তান সোক অপমান। এক লা দিঅ হৰি হিৰন্যক পৰি। মালবান্ধে ধৰি পেলাইল চিত কৰি। অসুৰৰ দেখি মাধৱৰ খঙ্গ। দুও এক সম বি জেহেন মাত। • দিন গোট গুচি সন্ধ্যা জৈলেক প্ৰবেশ মি কাল লঞ্জিলন্ত দেৱ বিবিকেল।