পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাৱলীয়া গীত। উঠি উঠি কাঠৰ পখীখোঁড়া আকাশে উড়াৱত কৰি। তোমাকে বুলি যাওঁ জীউৰ ফুলে কোঞ, ' পাচলৈ নোবা ফিৰি। মোৰে বধে চোৱে লাহৰী কোঞৰ ঐ | নেচাবা পাচলৈ ফিৰি।। গুৰুৰ দোষে চুৰ বিধিনি মিলি | ঘৰলৈ নাহিবা ঘূৰি। নেজৰ চাটি মাৰি। উড়িৰি পখীৰ মুখেৰে মাতিবি চিউ। জানিবি নিবি কাঠৰ পখী ঘোড়া | তোৰে মোৰে একেটি জীউ। তোকে বুলি যাওঁ কাঠৰ পখী ঘোড়া উহুৱাই খুৱাই যাওঁ মাহ। আকাশে পলে উড়াৱত কৰিবি | তোৰে মোৰে একেটি সহি। কাঠৰ পখী ঘোড়াত উঠে ফুল কোৰে মাৰি যায় চাবুকৰ চাট। আকাশে পালে উড়াৱত কৰিলে আলসত কৰিলে বাট। দেও দি এড়ালে দেও দনিক | লুটি দি এড়ালে শল। নগৰ সাত পাক ঘূৰি পখী ঘোড়া | চাহৰ বাটলৈ গল। কাঠৰ পখী ৰোঁড় পাই ফুল কোঞৰ | পিতাকৰ দেশকে এড়ে। • মনিছে নমনে দেও নমনে | বিজুলী সংৰে চলে। +