পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। মালিৰি নিৰি, বুঢ়া বিচু, দেয়লৈ সাজিলে পুৰি।। আকাশে পাতালে, লক্তি ৰাখিছে, মাজতনো ৰাখিলে কি। সৰগৰ ওপৰত, সৰগ তুলি তুলি, সাজিলে সাত তাল সৰগ। তোটা ঘোড়াৰে সূৰ্যে ৰখ ভাই, পোৰ দি ৰাখিছে নৰক। দিন যে ৰাতি ঐ, দুই বাই জনী, কাৰনো পেটৰে জী। মানিবা মানিব। বুঢ়া বিচুম নেমানি কৰিবা কি। কদম কুঞৰী, বনৰে বাৰী, ফুলে কমক কৰে। বাঢ়ৈ সাজিলে, কাঠৰ পখী ঘোড়া, আকাশে উড়াৱত কৰে। চলুতে ভৰালে, জুইৰে আজণি, নাকত বলি যায় খো। নেজৰ হটিতে বিজুলী সাৰে, কৰিলে আসত ৰোৱা। হালৰে এ হাতী, সূৰুৰে নাতি, | ভেজে টিকি মিকি কৰে। নিৰ্পতি ৰজায়ে, ঘনাই মাতৃ লগালে, ইয়াত কোন উঠিব পাৰে। কদম কুৰী, | বল বাৰী, ফুলি জমকে। সেই কথা শুনি, নলি ফু কোলে পথ খোঁড়াত উঠিৰ গল।