পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। বিষিয়ে বিহিলে : কপালত লিখিলে সাইধ কাৰ এখাই। ' কিমান বাট আহিলো বুলি ফুল কোৰ ঘূৰি পাচ ফালে চাই। কৰ দোষে চুলে ঠনৰাই ছিগিলে | ঘোড়াৰে এখনি পাখী। দেৱে নেৰাখিলে মৰ্নিচে নেৰাখে কাঠৰ পখী ঘোড়া সাখী। কাঠৰ পখী ঘোড়া জেউতি চৰিলে উড়ি যাওঁ উড়ি যাওঁ কৰে। চাহৰ বাটকে গল একে দিনে মালিনীৰ বাড়ীতে পৰে। কাঠৰ পখী ঘোড়া এড়ি ফুল কোঞৰে ভৰিৰে মাৰিলে টিপ। সেউতী মালতী টগৰ গুটিমালী সবেও ধৰিলে শিপা। কাঠৰ পখী খোঁড়া এড়ি ফুল কোৰে মুখেৰে বজালে শখা। সেউতী মালতী টগৰ গুটিমালী সবেও ধৰিলে পোখা। কাঠৰ পখী ঘোড়া এড়ি ফুল কোৰে | সবালৈ মাৰিলে শাল। সেউতী মালতী টগৰ গুটিমালী সবেও মেলিলে ভাল। কাঠৰ পখী খোঁড়া এড়ি ফুল কোৰে সবালৈ মাৰিলে দলি। সেউজ মালতী টগৰ গুটিমালী : | সবে পেলালে কলি।