পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। বিহুনাম। ৬৩। কলৈ লৰ মাৰি যাবি তই বহনা কলৈ লৰ মাৰি যাবি। | কৰবাত কেনোবাই থেকে পাতিছে , তাতে গৈয়ে বান্ধ, খাবি। ৬৪। তোমালৈ চাওতে ডেওনা.ডেওতে বিঙিলে অষৈয়া হলে। তোমাৰ মন খালে আমাৰ মন খালে কি কৰিব জাতি কুলে। ৬৫। পানীতে বাঢ়িলে পানীৰ কলমে তেল পাই বাঢ়িলে ছুলি। মাকৰ ঘৰতে জীয়াৰী বাঢ়িলে যেনে দাম কলৰ পুলি। ৬৬। বগৰীৰ ডালতে কুপতি বিনালে ঠেও ধৰি বিনালে কুলি। মাক গলত ধৰি জীয়েকে বিনালে লাগে লগৰীয়া বুলি। ৬৭। নাচনী ছোৱালীৰ দীঘল চুলি তাৰি ঘঁহে বুঢ়ীমাকে তেল। যলৈকে নেষাঁও মই ততে যে শুনো গৈ নাচনী ছোৱালীৰ মেল। ৬। শিমলুৰ লেলেঙ্গ ডাল ঐ বহন। শিমলুৰ লেলো ডাল। ছোৱালী লেলে। | ষোল বছৰীয়া

  • কোনে নো বুলিব ভাল।

৬৯। মাকৰী যিলাৰে ফাক ঐ বহন। | মাকী বিলাৰে ফাক। . জীয়াই থাকে। মানে তোমাকে ধিয়ামে '. মৰিল থিয়ামে কাক।