পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। ৫৬। ই নৈত বুৰ মাৰি সি নৈত ওলালে কাৰে পোহনীয়া উদ। | মাটি ফুটি ওলাল। | ৰাৰে গজালি | হিয়া ফুটি ওলালে দুদ। ৫৭। হচতি বলে মই শৰাইতে থলে। মই | উড়ি গল বগলীৰ লগত। নখাই চাৰি সাজি থাকিব পাৰে। মই চেনেহৰ নৰে সত। ৫৮। পকি নেধু টে। | সৰিল ঐ বহন পকি নেমুটেঙ্গা সৰিল। ধিয়াওতে ধিয়াওতে কাটলৈ চাওঁতে চকুৰে পৰালি পৰিল। ৫৯। গানে গুলালে | ওলাৰি তৰাবল জোনৰে মুখলৈ চাই। তুমি যে ওলালে। ওলাম মই বহন পইতা জকৰা খাই। ৬০। কোনৰে সাৰথি | আ ঐ গাভৰু . জোনৰে সাৰথি তৰা। | আমাৰে সাৰথি গাঁৱৰ ডেকা লৰা লৈ বাম হাতী ধা। ৬১। হাঁতী নো হাতী ঐ পৰল। হাতী ঐ | শুভ মেলি গলথ খাই। পাৱকি নেপাৱ। | খনক দেখিবলৈ | ৰাতি খপিবলৈ যায়।। ৬২। চাই পৰ্বত ধুৱলী কুৱলী কোনে গত ৰান্ধি খাই। .. মাক নাই মাউৰা * ভিৰী নাই বলা হাতী ধৰিবলৈ যাই। t