পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। ৭। হাতৰে খাৰুএ শুৱাই কি শুৱাই | হাত মেলি আছিলো চাই। . তোমাকে আমাকে শুৱাই কি মুশুৱাই অগাপিছা কৰি যাই। ৭১। আলি বাটে বাটে মহে লালী পাতে | গুৱাল ৰা কেহেলৈ গল। ওদালৰ তলতে নাকী জৰি বাটোতে মহে বনৰীয়া হল। ৭২। ৰাতি পানী খালে হাতী ঐ বহন, ৰাতি পানী খালে জাতী।। তোমাৰ ৰেহৰূপ ভাবোতে চিতোতে টোপনী নাজিলে ৰাতি। ৭৩। আমনি ধানকে দাবলৈ গৈছিলো, বাউলি বতাহে পালে। কাছি বলি মাৰি হাবিতে সোমালো, ওঠতে বৰলে খালে। ৭৪। চেনেহৰ চুমায়ে নাকটি ছিজিব নাকৰ বৈ যাব তেজ। মাৰে কান্দিব, বাপেৰে কান্দি ককায়েৰে বিচাৰিব বেজ। ৭। ভটিয়াই যাৰাগৈ কলৰাড়ি পাবাগৈ | চপাই মেকাটি পাত। আলহীৰ নিচিনা, খাৰা চাউল সিধা কাৰে গাত নিদিৰ হাত। ৭৬। গছতে আছিলে মাকৰী যিলাটি লত পৰি পৰি ঘূৰে। ককাল সৰু সৰু • হোৱালী নাব,