পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। ৪২। কলীয়া খাগৰি | কাট ছেৱ ধৰি, কুন্দত কাটিলি কে। | বাটলু তিকতাক ডাকা যেন দেখিলি, | কতক দেখিলি সৰু॥ ৪৩। ঔ ফুল ফুলিলে জগতে জানিলে, | ঠেকে ফুলিলে ৰাতি। গাভৰু আইছু | আহিছে ওলাই যেনে হালধীৰে গাঁথি। | ৪৪। আঁঠিয়া কলৰে পাত নেকাটি ছিটিকি পৰিব এঠা। লোকক দেখুৱাই। | কেটেৰাই মাতি ভিতৰি নেড়ি বেথা। আলি ঢাকি পৰিলে শালিকা চড়াইবোৰ পথাৰ ঢাকি পড়িলে কাইম। বহাগৰ বিহুতে নাৰ্টোতে নাচোতে বৈ গল জুৰুলি ঘাম। ৪৬। আইটী চেনি মাই কাটে সৰু সূত্ৰ আঁতৰত মুঘূৰে শলা। ৰাকী গাভৰু ৰসৰ মেল পাতিছে পাৰি তাৰ কি তলা না। ৪৭। উজনি ৰাইজতে কালে ভীমৰাজে ২ কাক্ষিণে সঞ্চিত। হালৰ গৰু বেছি আনিলো ধনকে চকু চাই নেমাতে লাজত। " ৪৮। আমলৈ বুলি মৰ ফৰমুটি | কি বুলি তেলেী সৰে। ' | জনীজোৱাঁই বুলি গুৰণি নিলে • কি বুলি চুপতি কৰে।