পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- বিহু নাম। ৩৫। নদীয়ে এৰিলে মা ঐ বন, মাছেও এৰিলে নৈ। গদ্য চিলনীয়ে ৰাটো এৰিলে, সহনাই এৰিলে পৈ। ৩৬। আলি বাট লোভী চাকিফুল পিতী কথালৈ নকৰ কাণ! মাৰেই তোৰ আছিলে ৰাজত ৰূপ চৰোৱ শুইনো কিয় হবি আন। ৩৭। এই ফালে কোন গল বুকৰে ধন গল, | খোজত মাৰ গল বন। চকুলৈ চাওতে, মুখলৈ নেচালে, কেনেবা লাগি গল মন॥ জাকৈয়া জাকৈয়া মূৰতে কয়, ককালত ওফালৰ যাই। হেৰা জাকৈয়া, এটি মাছ দি যোৱা, ৰজাই পতা বলা মই। ৩৯। মাটিৰ নেবাবি খলপা খলপি, | গৰুৰ নেবাৰি গাই।। ঘন আনজৰ ছোৱালী নানিবি, বছেৰেকত একোটা পায়? ৪। হালবাই হালখী ঘঁহিলি মালতী ভৰি মেলি ঘঁহিলি তেল। কচুৱা হাতলৈ | এই বেয়া কথাৰ মেল। ৪১। হে বগী বাই কলকাৰ গৰা পাই | মাটিৰ মাৰিলি ফোট। , অলপাই বিহৰাই পেশালি কেইটা ললালি মোট। | নাষাবি মালতী