পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

খাই নাম হায়, হায়, বুঢ়ী, কিনো তই কলি সুখৰ সপােন হবি, ইকৰা বাবে সাগণ ফুখোগৈ, কলমে পাতৰ তৰী। ককাইদেৱৰে সৰুৰে পৰাই উমলি হলোঁহি বৰ; মানুহ সমাজ! কোনটা সতেৰে তাকেই স্বােমী কব ?" মধ্যযুগৰ ৰাছী সাহিত্যছে জন-কাব্য আৰু জন-সাধুৰ ভিতৰত এই প-পুৰাণৰ বিশিষ্ট স্থান আছে। সাহিত্যৰ আন আন শাখাৰ দৰে এই শাখাতে “বুঢ়ী আইৰ সাধু” “ককাদেউতা আৰু নাতি লৰা” আদি প্রকাশেৰে বেজবৰুৱাই তেওঁৰ লখিনী হাত ফুৰাইছিল । তাৰ পাছত আৰু কোনেও এই বিষয়লৈ চকু দিয়া নাই। পশু-পুৰাণৰ উপৰি “তাৱৈয়েকৰ সাধু” আদি শিক্ষাপ্রল, “কুকুৰীকণা” আদি খুচুতীয়া, “সবজান'ৰ দৰে বুদ্ধি- বিকাশৰ নানা শ্ৰেণীৰ অন-সাধু আছে । সেইবােব ব্যাপকভাৱে সংগৃহীত আৰু উপযুক্তৰূপে সম্পাদিত চুলে অসমীয়া সাছিব এটি ভাঙৰ অভাৱ- পূৰণ হব। কোষা বাহুল্য, ইছপৰ সাধু বা হিতােপদেশ পঞ্চতন্ত্ৰৰ সাধুৱে অসমীয়া এই জন-সাধুৰ ঠাই কেতিয়াও পূৰাব নােৱাৰে ; “ৰাৰ আৰু শিয়াল” বা “ ঢোকাটষী আৰু টিপচী চৰাইৰ নিচিন সাধু শিক্ষণ প্রদ হােৱাৰ উপৰিও সাহিত্য আৰু সমাজৰ ইমানখিনি গুণবিশিষ্ট যে তাৰ তুলনা দিবলৈ নাই। ধাই নাম—ওমলা আৰু নিচুকনি গীত অসমীয়া থাই নামবােৰে কেচুয়া কালত জীৱনত কি সম্মোহন মন্ত্র কাম কৰিছিল, তাক সৰুতাই পাছা টান। বৰ্তমান কিন্তু আমি এনে অবিশ্বাসী গয়ঞ্জীৰী যুগত বাস কৰিছো যে আমাৰ চকুৰ আগতে দিনক দিনে এইবােৰ হৰি আহিছে। সভ্যতাৰ সৈতে যেন ইহঁতৰ অণি-যষ্টক! লিখা- পঢ়াৰ লগতাে ইহঁতৰ যাহি নাহে। "শিয়ালি এ নাছিৰি ৰাতি” নামৰ শুনি কেচুৱাত কিমান সন্ধিয়া চকু জাপ গৈছিল ! কিন্তু এদিন হেনকৈ এই “শিয়ালি” মটা নে মাইকি, তাৰ