পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

১২৮ অসমীয়া সাহিত্যৰ অধ্যয়ন কোনে দিবে বংশীৰ নিস্থান। কি দেখি ব্যথিবো আব প্ৰাণ। আমাৰ জীৱনে নাই সুথ। আউৰ নেদেখিবে কৃষ্ণ-মুখ। নীল আকুঞ্চিত যাব কেশ। শিবে বঙ্গ কিৰীটি বেশ। ক্ৰয় যুগ মৰমৰ চাপ। নশনে হবে স্বৰি-কাপ। কচিক কমল লোচন। সুসম মধুৰ বচন। সুষম ললাট গণ্ডস্থল। চৰু কৰ্ণে মকব গুল। নাস লি কুম পুৰৰ। শোতে অতি অৰুণ অব। দশন দাড়িম্ব বীজ পান্তি। হাতে জিনে চক্ৰমাৰ কান্তি। কধুকণ্ঠে কৌস্তুভ প্ৰকাশে। সুৰ্য যেন উদিত আকাশে। সিংহ বন্ধ ঋদ্ধ প্ৰসন্ন। সুকযুগ যত্নৰ মোলা। যুৈব কৰুন তাতে অলে। ৰৰ ওনিয়া শোন্তে গলে। হিয়াত প্ৰীবৎস কৰে কান্তি। যেন মেঘে থাকাৰ পাক্তি। পীত বলে শোতে 'তঃ কাণ। আপাদলথিত বনমালা। তাতে পৰি অনেক ভ্ৰমৰে। মধু লোভে পড়িয়া গুঞ্জৰে। বক্ষস্থলে মুকুতাৰ হাৰ। আকাশ গঙ্গাৰ যেন বাথ। বৰ মেখলা কটি মাঝে। সোণাৰ কিঙ্কিনী তাতে বাজে। কৰিকৰ উৰু নিৰুপম। চৰণ পঞ্চঙ্গ মনোম। ধ্বজ ব্ৰজ অঙ্কুশে অঙ্কিত। ৰষয় নুপুৰে ৰথিত। ভকতৰ হৃদয় স্বজন। নেদেখিবো সিহেন চৰণ॥ গোপীসকলৰ দীঘল তপত হুমুনিয়াহ পেলোৱা ইয়াৰ লগৰে আৰু কিছুমান পদ আছে; ভালদৰে ষ ধৰি পোৱা এই পদখিনি শুনিলে হৃদয় গলি যায়; আন নালাগে, চকুলো সামৰাও টান হৈ পৰে। যি হওক, ফটফটীয়া ৰেখাৰে ভাস্কৰ কাৰুকাৰ্যৰ দৰে এটি সুনৰ সম্পূৰ্ণ মূতি ইয়াতো আমি দেখিবলৈ পাওঁইক। ক্লাছিকেল আৰু ঘমান্টিক সাহিত্য সম্পৰ্কে উদাহৰণ দি কব পাৰি, ৰনাটক কবিজন জানিবা ইংলেণ্ডৰ টেছ নৈ, ক্লান্থিকেন্জন জানিব ইংগিশ, চেনেল! জান-জুৰিৰ হাঁহি-খিকিলি ভৰা কুল কুলু গ্ৰত যেন নয়ন্তাসমূলক, ব্ৰহ্মপুত্ৰৰ মধুৰ মন্থৰ গতি যেন ক্লাছিকেল! কিন্তু মহানদ লুইতৰ দৰে