পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

১২। কীৰ্ত্তন-ঐশঙ্কৰদেৱ। ঈশ্বৰক নিজ কাপ সৃষ্টি কৰি লৈছে, তাত সন্দেহ নাই। কৃষ্ণৰ দেহৰ বৰণ যে গৌৰ বা আন কোনো উজ্জল বৰণ বুলি যাম বুলিলে, ই সেই আৰ্য ঋষিসকলক বৰ্ণান্ধ প্ৰতিপন্ন কবে জানো? আকাশ আৰু পৃথিবীৰ মিঠা বৰণেই প্ৰফৰ নৱমেঘশ্যাম’, ‘নৱ দুৰ্ব্বাদলশ্যাম’ ৰূপ; তাক দেখি চকু ফুৰ পৰে, প্ৰাণ-মন শীতল হয়। এই ৰূপৰ বাবেই আছেক আন, বৃক্ষ পশু পক্ষী। প্ৰেমে পুলকিত তোমাক দেখি।” (বসক্ৰীড়া)। এনে শামল কাষৰ ওপৰত পীত বৰ্ণৰ বস্ত্ৰ; এই দুই বৰণৰ সমাবেশে যে, এক অভাৱনীয় অনিৰ্বচনীয় দৃশ্যৰ সৃষ্টি কৰিব তাক বামধনুলৈ মন কৰিলেই বুজিব পাৰি। সাধাৰণভাৱে এই দৃশ্য কেৱল বিজুলীযুত মেঘ বা শ্ৰশঙ্কৰদেৱৰ অমৰ ভাবাবে, তড়িত জড়িত জলদ প্ৰায়।” অকল ইমানেই নহয়, কৃষ্ণৰ দেহৰ প্ৰতি অঙ্গই প্ৰকৃতিৰ এটি দিব্য ভূষণ স্বৰূপ; প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰ শ্ৰেষ্ঠতম সমাবেশৰূপে সেই মুক্তি অভিনৱ আৰু অপৰূপ। মুঠতে শ্ৰীকৃষ্ণৰ ব্যপ, বিশ্বৰ বিৰাট ৰূপ; বিশ্বৰ সকলো সৌন্দৰ্য ৰূপ-মুদ ভক্তই নিজ হিয়া-মথনিবে জন্ম-জন্মান্তৰৰ পৰা মথি উলিওৱা ভক্তি-লৱণুৰে সজা অপৰূপ আৰু অপাৰ্থিৰ মূৰ্তিয়েই কৃষ্ণ। সকলো পাত-ছোত ছিঙি পেলাই দি যেনেকৈ শুদা খুলপাহিৰ সম্পূৰ্ণ সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰা বিড়ম্বনা মাত্ৰ, সেইদৰে গোপীসকলক এৰি শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণাবলৈ যোব! অকল অশোভনেই নহয়, অন্যায়ে হব পাৰে; গতিকে সামৰণিত, তেওঁলোকৰ হৃদয়-দাপোণৰ ভিতৰেদি কৃষ্ণক এবাৰ চাই নয়ন সাৰ্থক কৰা হওক। সেইদিনা ব্ৰজবাসী গোপ-নাৰীৰ বিলাই চায়। কোনে যিদিনা কৃষ্ণই নন্দৰ ঘৰৰ পৰা “কংশবধে কৰিলা প্ৰয়াণ থে চড়ি লৰিল মূৰণি। পন্তি পড়ি কাকে গোপ নাৰী। হৰিৰ বিৰহে দেহ। তাৰে। যেন ভৈল বাতুল স্বভাবে। কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়। আমাণ প্ৰাণ কেনে নেয়। তব অব ভৈল বৈষী। জীৱ কঢ়ি নেয় কেন কবি। কিনো হৰি নিদাৰুণ ভৈল। গোকুল অনাথ কৰি গৈল। ষ্ণ বিনে কি কৰে জীৱনে। আউৰ কোনে যাইবে বৃন্দাবনে। প্ৰভাতে ৰাখিবে কোনে ঘে। কোনে বাইবে সুললিত বেণু॥ কোনে চাইবে কটাক্ষে নিৰেক্ষি। ঘুড়াৰ হৃদয় কাক দেখি।