অসমীয়া সাহিত্যৰ অধ্যয়ন
১২৫ মুখ চন্দ্ৰো মুহি সৰি। কত কুণ্ডস দোলে। মবে নছাড়ে লোভে। কত কৌস্তুভ মণি। একো অঙ্গে ছুহি ৰুজ। কে কঙ্কন কৰে। বৰ নূপুৰ বাৰে। কোটি কৰ্পক ছিনি। কীৰ্ত্তন—ঐশঙ্কৰদেয়। কমল লোচন হৰি। বনমালা শোতে গলে। শিবত কিঘীটি শোতে | প্ৰকাৰ সূৰ্য জিনি। আজানুলম্বিত তুজ॥ পাঁদ পলক গঞ্জে। মেলা কট্টৰ মায়ে। প্ৰকাশস্ত যদুমণি। ‘লীলামালাত যুধিষ্ঠিৰে দেখা কৃষ্ণব বৰ্ণনা প্ৰসন্ন মুখ পঙ্কজ জ্যোতি। কৌত কণ্ঠে গলে গজমতি। মকব কুগুল উজ্জ্বগ গণ্ড। প্ৰকাশ চাক চাৰিজ Fণ্ড। কিণীটি ৰ কৰে কান্তি। উকম্বলে জ্বলে যৎস পান্তি। শাম তনু তাতে পত বনে। বিজুলী বয়ে যেন বন থনে। কটি তটে অলে বৰ আলা। আপাদসী গলে বনমালা। চৰণ পঙ্কজে মহিষ ঘোষ। মিলাৱে ভূতৰ মনে সন্তোষ। প্ৰহলাদ-চৰিত্ৰত চাবি সিক্ত আৰু পৰিষদ জয়-বিজয়ৰ বাদ-বিসম্বাদ দেখা-দিওঁতেও বৈকুণ্ঠশী কৃষ্ণ বা বিষ্ণুৰ এই ৰূপেই লক্ষ্মীৰ দুটা স্কাৰ উকস্থলে। আপালম্বিত বনমালা গলে। গুজবে মধু কৰে কৰি যত্ন। শিৰত কিবীটি অমূল্য পত্ন। উন্নত মাস। সুপ্ৰসন্ন মুখ। কমল নেক খেয়ে সুখ। নব কুলে প্ৰকাশ পণ্ড। শ্যামল চাৰু চাৰিভুজ দণ্ড | কে ৰুলে কাশ তাই। এবৎস মুকুতা হাৰ হিয়াত। পীতবস্ত্ৰে শোতে মল কায়। মুচে মুৰত হাহা সদায়। অমুল্য মেখলা কৰি মাজে। bৰণে দুৰ নুপুৰ বাৰে। কৌস্তুভ মণি শোতে কমাজে। দুপাশে নানা দিব্য য বাজে। “বিপ্ৰ-পুত্ৰ আনয়ন”ত মৰ-নাৰায়ণ ৰূপ অন-কৃষ্ণই পৰম বিক দে=ে