পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

১২৪ অসমীয়া সাহিত্য অধ্যয়ন পূৰ্ণচন্দ্ৰ কচি মুখমণ্ডল। কত মকব দেলে কুণ্ডল। তাৰ ৰশ্মি জলে গণ্ড পাণ্ডুৰ। কচিব চিবুক চাৰু অথব। প্ৰেৱাল বঙ্গে যেন কৰে কান্তি। সুন্দৰ দন্ত মুকুতাৰ পান্তি। সদায় নুগুচে ঈষত হাস। নালা তিলফুল সম প্ৰকাশ। অৰুণ লোটন পঙ্কজ পাবি। বসু সম আছে ক্ৰয় প্ৰকাশি। বপ্নময় কবে তিলকে কান্তি। কপালে লম্বিত 'অলকা পান্তি। ঙ্গে শিৰে ৰত্নময় মুকুট। চূড়ামণি ৰঙ্গে প্ৰকাশে জুট। 'তাৰ মাজে এৰ পক্ষালা। উচ্ছল মুখ লাগি ভাব জ্বালা। শিশুলীলত বসুদেব-দৈৱকীয়ে দেখা শ্ৰীকৃষ্ণও একেই কৃষ্ণৰূপে দৈৱকীছ ভৈল অন্নতা। শখ এ গন পন্ন কৰত তোমাৰ। পীতবস্ত্ৰে শোতে অতি =াম কলেৱখ। কমল লোচন চাৰু অৰুণ শৰৰ॥ সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল। কত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল। আপালম্বিত বনমালা জলে গলে। শোভে অতি শ্ৰীবৎস বহুল বক্ষস্থলে। চাৰু চাৰিদুজ জ্বলে আমুলথিত। কৰিফৰ সম উৰু ব ল বলিত। চৰণ কমল যেন ন পন্থকো। যাক দেখি ভকতৰ পৰম সন্তোষ। “কালীয়দমন”তো কালীয়ে এনে ৰূপকে দেখিছিল হু সুকুমাৰ অলদ শ্যাম। প্ৰকাশে পীতবস্ত্ৰে অনুপাম। কমল লোচন মুখ প্ৰসন্ন। মুকুতাৰ শাৰী সম দশন। উন্নত নাসা মুখে মহাস। কণ্ঠত কৌস্তুত কৰে প্ৰকাশ। হিয়াত জিলিমিলি কৰে কান্তি। মধত জ্বলে শ্ৰীবৎস পান্তি। আজানুলম্বিত বাহু দুখীন। চাৰু উৰু কৰ কটি দুঠান। জগ৷ দুইক দেখি মিলে সন্তোষ। দুখানি পাৱ নৱ পদ্ম কোষ। “সক্ৰীড়া”তো বিহু-বিধূবা গোপীসকলে ইয়াকে দেখিছিল— হালকা হাসে। কৰে অতি বদন কমল। শ্যামতনু পীতবস্ত্ৰে দেখিতে উজ্জ্বল। চিকিমিকি কৰে অলঙ্কাৰৰ দীপিতি। গগত পদ্মৰ মালা দেখন্তে তৃপিতি। “মক- হৰণত সকলোৱে দেখা কৃষ্ণ- পীত বস্ত্ৰে শোতে কায়। মেঘত বিজুলী প্ৰায়।