পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সমুদ্ৰৰ সঞ্চালন।

প্ৰদক্ষিণ। পৃথিবীৰ ওপৰত সূৰ্য্য আরু আন গ্ৰহৰ আকৰ্ষণ ইত্যাদি। ) কিন্তু সমুদ্ৰ বৰফৰ নিচিনা কঠিন বস্তু নহয়; এই কাৰণে, ক বিন্দুতকৈ প বিন্দুত বেচি আকৰ্ষণ হোৱা বাবে কঠিন অৱস্থাত পৃথিবীৰ লগতে যি দূৰ আহিল হেতেন সেই দূৰ আহিও তাৰ বাহিৰে ফ বিন্দুৰ পৰা ব বিন্দুলৈ এই ফেৰা আগ বাঢ়িব। ইফালে ক বিন্দুতকৈ প বিন্দুত কম আকৰ্ষণ হোৱা বাবে বৰফৰ নিচিনা টান হলে যিমান দূৰ আহিব লাগিছিল সিমান নাহি ফ বিন্দুৰ পৰা ৰ্ব বিন্দুলৈ এই ফেৰা পৃথিবীৰ পৰা অন্তৰতে থাকিব। ব ৰ্ব এই দুইঠাইত পানী ওখ কৈ তুলিবৰ নিমিত্তে তৰল বস্তুৰ স্বধৰ্ম্মৰ বশ হৈ শ শ এই দুই কাসৰৰ পৰা তালৈ পানী অহাত শ ৰ্শ এই দুই ঠাইত পানী খাল পৰিব। এই দৰেই চন্দ্ৰ বৰ্তমানে সমুদ্ৰই ৮ম প্ৰতিকৃতিৰ ভাজ লয়।

অৰ্থাৎ পৃথিবীৰ দুফালে দুটা প্ৰকাণ্ড, ঢৌ উৎপন্ন হয়। চন্দ্ৰ আরু পৃথিবী দুইও দুইৰ মানত স্থিৰ থকা হলে সমুদ্ৰৰ এনে ভাঁজটোও স্থিৰ থাকিল হেতেন। দ ৰ্দ দেশত চিৰকাল সমুদ্ৰ অতি দ বোধ হল হেতেন আরু ত ৰ্ত দেশত চিৰকাল তৰাঙ্গ হল হেতেন। কিন্তু দুই ও ঘুৰি থকাত চন্দ্ৰই পৃথিবীৰ ওপৰে গৈ ২৪ ঘণ্টা ৫৪ মিনিটত পূৰ্ব্বৰ ঠাই পায় আৰু তেওঁৰ লগে-লগে সমুদ্ৰৰ ভাঁজো পৃথিবীৰ চাৰিও ফালে সেই সময়তে ঘূৰি গৈ পূৰ্ব্বৰ ঠাইত থিয় হয়। এই হেতু ২৪ ঘণ্টা ৫৪ মিনিটৰ ভিতৰত ত ঠাইৰ