পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৌখিক অঙ্ক। দ্বিতীয় ভাগ । মহাজনী আৰু বজাৰ হিসাব । মোণ কষা । গুৰুৰ পৰা লঘু। ( এক মোণৰ দাম জানা থাকিলে প্রতি ধাৰ। বা পাল্লাৰ । দাম উলিয়াবৰ নিয়ম ) ১। বোলয় যিমান টকা এমোণৰ দৰ । টকা প্রতি দুই অনা ধাৰ। পতি ধৰ ৷ অনা প্ৰতি দহ কড়া৷ গঙায় ঘই কাক । কড়া প্রতি দহ তিল হাৰ জানিবাক ॥ অর্থ। এক মোণ বস্তুৰ যিমান দৰ, তাৰ প্ৰতি টকায় দুই অনা, প্রতি অনায় আধা পয়সা, প্রতি গঙায় দুই কাক আৰু প্রতি কড়ায় দহ তিল ধৰিলে এক ধাৰাৰ দাম পোৱা যায় । ১ম প্রশ্ন । ৫০ টকা বৰৰ এঠাৰ মোণ হলে ৩ ধাৰাৰ দাম। কিমান ? 5 ০ এক ধাৰাৰ দাম ৬০ ® তিন ধাৰাৰ দাম ১৮৩ ২য় প্রশ্ন । ন• মোণ হলে ১ ধাৰাৰ দাম কিমান ? অনা প্রতি ২ | ১৪ এক ধাৰাৰ দাম /১৫