পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ মৌখিক অঙ্ক। ৩য় প্রশ্ন । ১ মোণ ধানৰ দাম ট. ২০১২৷৷ হলে ১ ধাৰাৰ দাম কিমান ? পাতন ঃ–টকা প্রতি ন অনা - হিঃ ২ টকাত । অন৷ , ২৷৷ কড়া ,, ন• অনাত ॥৫ গও1 , কোক , ১২ গণ্ডাত ১৷৷ $ কড় ,, ১• . তিল ,, বুকড়াতকাক এক ধাৰাৰ দাম ।৬|/কাক ( এক মোণৰ দাম জানা । থাকিলে আঢ়ই সেৰৰ দাম উলিয়াবৰ নিয়ম । ) ২। এমোণ বস্তুৰ দাম যত টকা হয়। । আঢ়ই সেৰে তত অনা জানিবা নিশ্চয় ॥ ধৰিবা ঘিমান সিকি পয়সা সি মান। অনা প্রতি পাচকড়া ইথে নাহি আন ॥ গণ্ড প্রতি এক কাক কড়ায় পাচ তিল । সঁহ পোৱাৰ দৰ হয় এই দৰে মিল । অর্থ । এক সোণৰ যিমান দৰ তাৰ প্ৰতি টকায় এক অনা প্রতি সিকিত এক পয়সা, প্রতি অনাত ১ পাচ কড়াপ্রতি গঙাত এক কাক আৰু প্রতি কড়াত পাচ তিল ধৰিলে আঢ়ই । সেৰৰ দাম পোৱা যায় । ১ম প্রশ্ন। ৩৮ টকা ঘিউৰ মোণ হলে /২ সেৰৰ দাম কিমান ? টকা প্রতি • অনা হিসাবে ৩৮ টকাত ৩৮ অনা ; ৩৮ অনাত ট. ২Iন• উত্তৰ । ২য় প্রশ্ন। ২৫ টকা জালুকৰ মোণ হলে ॥| সেৰৰ দান। কিমান ?