পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ মোখিক অঙ্ক। ২৪ নমাই এই ২৯ৰ সোফালে বহুৱাত ২৯২৪ হল। ইয়াৰ বাও ফালে মূল ৭৩ক ছগুণ কৰি ১৪৬ বহুৱা হল। এতিয়া দেখা গল। যে, ২৯২৪ৰ ৪ এড়িলে, যি ২৯২ থাকে, তাৰ মাজত ১৪৬, ২ বেলি আছে। এই ২, মূল আৰু ভাজকৰ সোফালে বহুৱা হল। ন মূল ২ৰে ভাজক ১৪৬২ক পূৰণ কৰি, পূৰণফল ২৯২৪ৰ পৰা অস্তৰ কৰাত বাকি একো নৰল । ৪৮ i ভাজ্যৰ একক অঙ্ক এড়ি দিলে যদি তাৰ মাজত ভাজক এবেলিও নে থাকে, নাইবা এবেলি থাকিলেও ভাজ্য তকৈ বিয়োগ কৰিবলগিয়া ৰাশি ডাঙ্গৰ হয়, তেনে হলে মূল অাৰু ভাজকৰ সোফালে শূন্ত বহুৱাব লাগে । পাছে আন অংশ আনি ভাজ্যৰ সোফালে বহুৱাই কাৰ্য্য কৰিব লাগে । ২২— উদাহৰণমালা । বর্গমূল উলিওৱা । মৃ। ১৯৬ ; ৬২৫ ; ১০২৪ ; ১২২৫; ২ ৯১৬ , ৩৯৬৯ । ২ । ৮৪৬৪ ; ৫৭৭৬ ; ৯০২ ৫ ; ১৫৬২ ৫ ; ৬৭০৮১। ৩ । ৫৯০৪৯ ; ৫৮৫৬৪ ; ১৭৪৭২৪ ; ২৮৯৪ ৪৪ ; ৫৩১৪৪১ ৪ । ৫০২ ৬৮১০০ ; ৪২০২৯১০০১ ; ৭২৬৪ ৬৪১৫২৯ । ২২—উত্তৰমালা । ১ ১৪ ; ২৫ ; ৩২ ; ৩৫ ; ৫৪ ; ৬৩ । ২ । ৯২ ; ৭৬ ; ৯৫ ; ১২৫ ; ২৫৯ । ৩। ২৪৩, ২৪২; ৪১৮; এ৩৮, ৭২৯। ৪ । ৭০৯০ ; ২০৫০১ ; ৮৫২৩।