পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বর্গমূল । ৮১ বর্গমূল। ৪৬। কোনো ৰাশিক সেই ৰাশিৰে পূৰণ কৰিলে তাৰ বৰ্গ হয়। । যেনে ঃ-২ক ২ৰে পূৰণ কৰিলে ৪ হয়। । ২ৰ বগ ৪ ; এতেকে ৪ৰ বৰ্গমূল ২। এই দৰে ৯ বর্গমূল ৩ ; ১৬ বর্গমূল । ৪ ; ২৫ৰ বৰ্গমূল ৫ ; ৩৬ৰ বর্গমূল ৬ ; ৪৯ৰ বৰ্গমূল ৭ ; ৬৪ৰ । বর্গমূল ৮ ; ৮১ৰ বৰ্গমূল ৯ ; ১০০ৰ বর্গমূল ১০; ১২১ৰ বৰ্গমূল। ১১ ; ১৪৪ৰ বৰ্গমূল ১২ ; ১৬৯ৰ বৰ্গমূল ১৩ ; ১৯৬ৰ বর্গমূল। ১৪ ; ২২৫ বর্গমূল ১৫ ; ২৫৬ বর্গমূল ১৬ ইত্যাদি। ৪৭। বর্গমূল উলিওৱাত এককৰ অন্ধৰ মুড়ৰ পৰা মাজৰ এট| এটা সাৰি এড়ি দি বিদ্রুপাত কৰিব লাগে । বিষ্ণুৰ সংখ্যা যিমান বর্গমূলৰ অন্ধ সংখ্যা সিমান। ১ম প্রশ্ন । ৫৩৫৮২৪ বর্গমূল কিমান ? ৫৩৫৮২৪ ( ৭৩২ বর্গমূল। ইয়াত বাওফালৰ অংশত সকলোতকৈ ডাঙ্গৰ মূল ৭ থকা ১৪৩ ) ৪৫৮ দেখিবলৈ পাও । এই ৭ সোফালে ৰাখি, তাৰ বৰ্গ ৪৯ ১৪৬২ ) ২ ৯২৪ সেই অংশৰ পৰা অস্তৰ কৰাত বাকি থাকিল ৪ ; ৪ৰ সোফালে ওপৰৰ পৰা আন অংশ ৫৮নমাই বহুৱাত ৪৫৮ হল। প্রথম মূলক দ্বগুণ কৰি ৪৫৮ৰ বাওফালে ৰখা হল। । ৪৫৮ৰ ৮ এড়িলে ৪৫ থাকে ; ৪৫ৰ মাজত প্ৰথম মূলৰ দ্বগুণ ১৪,৩ বেলিতকৈ বেচি ন থকাত সেই ৩ মূলৰ দ্বিতীয় ঠাইত আক ভাজক ১৪ৰ সোফালে বহুৱা হল। । পাছে সেই মূল ৩ৰে ১৪৩ক পূৰণ কৰি, পূৰণফল ৪২৯ক ৪৫৮ৰ পৰা অন্তৰ কৰাত বাকি থাকিল ২৯। আন অংশ ৪৯ ৪২৯ ২ ৯২ ৪