পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০ মৌখিক অঙ্ক । ১৭। ২৭ জন মানুহে ২৫ দিনে যি বন কৰিব পাৰে, কিমান মানুহে তাৰ দুগুণ এটা কাম ১৮ দিনে আদায় কৰিব ? উঃ ৭৫ জন। ১৮। যদি ৯ সেৰ আলুৰ দাম ট. ১০% হয়তেন্তে ৩৭৮০ অনাত কিমান আলু পাম ? উঃ মো. ৫০০ ১৯ । ঘদি ৩৬০ জন মানুহে ৩০ দিনে কোনো এট। আলি । বান্ধিব পাৰে, তেন্তে তাৰ দুগুণ এট। আলি ৫৪০ জন মানুহে কেই দিনে বান্ধিব পাৰিব ? উঃ ৪০ দিন। ২০ । প০০ অনাত ৬ সেৰ গাক্ষীৰ পালে মো. ২I৷৭৷৷ৰ দাম। কিমান ? উঃ ট. ১৬৮১৫ গও। ২১। যদি ৪ সেৰ জলকীয়াৰ দাম দন• অনা হয়, তেন্তে ট. ৪২৷৷ন১০ গণ্ডাত কিমান জলকীয়া পাম ? উঃ মো. ৪৬৫ ২২ । ৫ পোণ তামোলৰ দাম ॥b• অনা হলে, ২ কাওণ ১০ পোণৰ দাম কিমান ? উঃ ট. ৫৬৮গ. ২৩ । ৫ সেৰ পিতলৰ দাম ট. ৪/% অনা হলে, মো, ২/৭৷৷ পোৱাৰ দাম কিমান ? উ': ট. 7১/১০ ২৪। যদি কোনোৱাই বছৰেকত ট. ৫৪৭৷৷• আর্জে, তেনে হলে তাৰ ২২০ দিনৰ অর্জ ধন কিমান ? উঃ ৩৩০ টক৷ ২৫ । ২৫ দিনে যি মানুহে ট. ৬২৷• »াচিব পাৰে, তাৰ ২৩২ দিনৰ সঁচা ধন কিমান ? উঃ ৫৮০ টক। ২৬। যদি মো. ৪৮৷৷১ সেৰৰ দাম ট. ১৫১ান৫ হয়, তেন্তে। মো. ৬৫৷৭৷৷ৰ দাম কিমান ? উঃ ট. ২০৫| ৭৷৷ ২৭। মোণ ৫২|• পোৱ৷ ঘিউৰ দাম ট. ১৮২/১৭৷৷ হলে, ট. ২৬৯৩৪দ০২৷ কড়াত কিমান ঘিউ পোৱা যাব ? উঃ মো. ৭৮২॥৭