পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰৈৰাশিক । ৭৯ ৬ । ট, ২১৯lন অনাত যদি মো. ৬া ১সেৰ পিতল পোৱা যায়, তেন্তে ট. ৪৯দন• অনাত কিমান পোৱা যাব ? উঃ মো. ১৭ ৭ । ৯ মোণ মাটিমাহৰ দাম ট. ২২৷ হলে, ২০ মোণৰ দাম কিমান ? 'ঃ ৫০ টকা ৮। ১৫ সেৰ চাউলৰ দাম ট. ১০১৫ হলে, ২৫ টকাত কিমান চাউল পোৱা যাব ? উঃ ৮ মোণ ৯। ২৫ গজ কাপোৰৰ দাম ট. ১০ হলে, ৬ টকাত কিমান কাপোৰ পাম ? উঃ ১৫ গজ ১০। ২০ জন মানুহে ৮ দিনে যি বন কৰিব পাৰে, ১০ দিনে সেই কাম কেই জনে আদায় কৰিব ? উঃ ১৬ জন ১১। যদি কোনো মানুহৰ ৩৬৫ দিনৰ দৰমহ৷ ৪৫০ টকা । হয়, তেন্তে তাৰ ১৪৬ দিনৰ দৰমহা কিমান ? উঃ ১৮০ টকা ১২ । কোনো মানুহে নিতৌ ৮ ঘণ্টাকৈ বুলি ২৫ দিনে। যদি কোনো ঠাই পাব পাৰে, তেন্তে নিতৌ ১০ ঘণ্টাকৈ বুলি সেই ঠাই কেই দিনে পাব ? উঃ ২০ দিনে ১৩। ৮ পূৰা ৩ বিঘাৰ খাজানা ট. ২১n• হলে, ৩৫ পূৰা ১ বিঘা ৩ কঠা ৯ লোচাৰ খাজানা কিমান? উঃ ট. ৮৮৷৷১৮ গণ্ড1 ১৪ । ৩৭ গজ কাপোৰৰ দাম ৬৬৮ পাই হলে, ১০৭০ অনাত কিমান কাপোৰ পাম ? উঃ ৬০ গজ ১৫ । যদি মো. ২।ছটাক তেলৰ দাম ট. ৩১৪• হয়, তেনে হলে মো. ৫/৭ সেৰ তেলৰ দাম কিমান ? উউঃ ৬৯ টকা ১৬। যেতিয়া বুট মাহৰ মোণে ট. ২॥• তেতিয়া যি টকাৰে ৬০০ঘোড়াক খুৱাব পাৰি,যেতিয়া বুট মাহৰ মোণে ৩ টকা তেতিয়া সেই টকাত কিমান ঘোড়াক খুৱাব পাৰিম ? উঃ ৫০০ ঘোড়