পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ মৌখিক অঙ্ক। ২)৩১৫ মোণ মোণ টকা ৬৪ ১১ই ইয়াত ৬৪ আৰু ১১২ ক ১৬ৰে ভাগ ৪৫ কৰি পাছে ৪ আৰু ৯০ক ২ৰে ভাগ কৰা গল । তাত প্ৰথম, দ্বিতীয় আৰু উত্তৰ ১৫ ৭া টকা তৃতীয় স্থানত ক্ৰমে ২, ৪৫, আৰু ৭ ৰল। ২য় প্রশ্ন। যদি ৩৬ জন মানুহে ২০ দিনে কোনো এটা বন কৰিব পাৰে, তেনে হলে তাৰ দুগুণ এটা বন কিমান মানুহে ৮ দিনে কৰিব পাৰিব ? এই প্ৰশ্নত চাব লাগে যে ৩৬ জনে এক দিনে যি বন কৰিব, তাৰ হগুণ বন কৰিবলৈ অৱশ্যে ৭২ জনৰ অবাক হব । পাতন ঃ—দিন দিন। জন ৭২ e = ২০ ১৮০ জন উত্তৰ । ২১—উদাহৰণমালা । ১। যদি ৭ গজ কাপোৰৰ দাম ট. ১১০ গঙা হয়, তেন্তে ১২ গজৰ দাম কিমান ? উঃ ট. ২॥ন• ২। ৩০ গজ কাপোৰৰ দাম ৬৩ টকা হলে, ৫৫ গজৰ দাম কিমান ? উঃ ১১ ( টকা৷ ৩। যদি ১২ জন মানুহে ২০ দিনে কোনো এট। বন কৰিব পাৰে, তেন্তে ৩০ জনে কেই দিনে সেই বন কৰিব ? উঃ ৮ দিনে ৪ । ১৬ গজ কাপোৰৰ দাম ২৫ টকা হলে, ৩৭ গজৰ দাম কিমান ? উ: ট. ৫৭৭৬০ । ৫। যদি ৬৪ মোণ চেনিৰ দাম ৭৬৮ টকা হয়, তেনে হলে ৩৭৫ টকাত কিমান চেনি পাম ? উ: মো. ৩১০