পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰৈৰাশিক। ৭৭ ৪র্থ প্রশ্ন । যদি মে৷ .। ৭৬৷২০৩ ছটাক চেনিৰ দাম । ট. ৭৬৫/৯ পাই হয়, তেন্তে ট. ১০৬০ অনাত কিমান চেনি পোৱা যাব ? ১৬ পাতন ঃ•ট. ৭৬৫/৯: ট. ১০৬|• E : মো. ৭৬২lo ১৬ ৪০ ১২২৪৯ অনা ১৭০০ অনা ৩০৬২ সেৰ ১২ ১২ ১৬ ১৪৬৯৯৭ পাই ২০৪০০ পাই ৪৮৯৯৯ ছটাক ২০৪১০ ১৯৫৯৯৬ ৯৭৯৯৮০ ১৪৬৯৯৭)৯৯৯৫৭৯৬০০(৬৮০০ছ. ৮৮১৯৮২ ১১৭৫ ৯৭৬ ১১৭৫ ৯৭৬ O ১৬ ) ৬৮০৩ ছটাক 82 ) ৪৫ সেৰ ®১০ মোণ ২৫ সেৰ, উত্তৰ । ৪৪ । যি ৰাশিৰে ছুই নাইবা তাতকৈ অধিক ৰাশিক শেৰ । নথকাকৈ ভাগ কৰিব পাৰি তাক সাধাৰণ গুণনীয়ক কয় । যেনে :-৬, ৯, ১৫, এই তিনি ৰাশিৰ সাধাৰণ গুণনীয়ক ৩ । ৪৫। যদি প্ৰথম আৰু দ্বিতীয় নাই বা প্ৰথম আৰু তৃতীয় ৰাশিত সাধাৰণ গুণনীয়ক আছে বুলি জানিব পাৰা, তেনে হলে তাৰে সেই সেই ৰাশিক ভাগ কৰা । পাছে দিয়া ৰাশিৰ সলনি সেই সেই ভাগফলেৰে কাৰ্য্য কৰা। ১ম প্রশ্ন। যদি ৬৪ মোণ চাউলৰ দাম ১১২। টকা হয়, তেন্তে ৯০ মোণৰ দাম কিমান ?