পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্র হৰণ । '৬৭ ১০। যদি কোনো কেঁয়াই ট. ২৪ পাই গজ দৰে ৩৭৪৮ গজ কাপোৰ কিনি ট. ২॥0• কৈ প্ৰতি গজ বেচে, তেন্তে তাৰ কিমান লাভ হব ? উঃ ট. ১৩২৭ান পাই ১১। কোনো ফুলৰ বছেৰেকৰ । খৰচ ৩৬৬ টকা। যদি প্রতি লৰাৰ নিমিত্তে বছৰত ট. ৭|ান• খৰচ হয়, তেন্তে স্কুলৰ লৰাৰ সংখ্যা কিমান ? উঃ ৪৮ জন ১২ । কিনাৰামে ॥৪ পাই সেৰ দৰৰ মোণ ৫৮৯ সেৰ আৰু ১২ পাই সেৰ দৰৰ মোণ ১১৮৮ সেৰ আলু কিনি মিহলি কৰিলে। কি মানকৈ সেৰ বেচিলে তাব মুঠ ট. ২৯দন• অনা লাভ হব ? উঃ ৪ পাই ১৩। কোনো সদাগৰে ২৩০ টকাত ৩০ থান কাপোৰ কিনিলে । প্রতি থান ৪০ গজ দীঘল। সি সেই কাপোৰৰ পৰা ১৭২ গজ কাপোৰ J১০ পাই গজ দৰে বেচিলে । কিমান দৰে অবশিষ্ট কাপোৰৰ প্ৰতি গজ বেচিলে সি মুঠৰ ওপৰত ট. ৬৮০৪ পাই লাভ পাব ? উ: |০ অন৷ ১৪ । কোনো দোকানীয়ে ট. ২/১• গগু৷ দৰৰ ১৫ মোণ চাউল আৰু ট. ২Mন১৫ দৰৰ ৯ মোণ চাউল মিহলি কৰি ৩, টকা মোণ দৰে এটাই বোৰ বেচিলে । সি মুঠ কিমান লাভ পালে ? উ: ট. ১০৷৷ ১৫ ১৫। এক পূৰ মাটিৰ দাম ৩২০০ টক! হলে, এক কাণিৰ দাম কিমান ? উ: ॥০ অট অন৷ ১৬ । কোনো দোকানীয়ে ৩২৪ মোণ চাউল ৩ টকা । মোণ দৰে বেচি ট. ১১১o• লাভ পালে। সি কিমান দৰে চাউল কিনিছিল ? উ: ট. ২Iন১০