৬৬
মৌখিক অঙ্ক।
২। কোনো বেপাৰীয়ে ট. ২০১০ গণ্ড1 মোণ দৰে ২২৫
মোণ চাউল কিনি ৩, টকা মোণ দবে এটাই খিনি বেচিলে ।
ইয়াত তাৰ কিমান লাভ হল ? উঃ ট ৬৩| ১০
৩। কোনো মানুহে নিতৌ ট. ১৮০০ আজে । সি
নিতৌ কিমানকৈ থৰচ কৰিলে ১ বছৰত ট. ২৭৩%। সঁাচিব ।
পাৰিব ? উঃ ট. ১J•
৪ । ট. ৫১৪/০, ১০০ জনক ভগাই দিয়া হল। । গায়ে
পতি কিমানকৈ পালে ? উ ট. ৫১৫
৫ । ঘদি ৩২৮ থান কাপোৰৰ দাম ৫২০৭ টকা হয়, তেন্তে
প্রতি থানৰ দাম কিমান ? উ: ট. ১৫৮ন
৬। কুহি, শান্তি আৰু মণি ৩ জনে গোট থাই ৪৮৬
টকাত এখন নাও কিনিলে । কুহি ১ ভাগ, শান্তি ৩ ভাগ ,
আৰু মণি ৪ ভাগ টকা দিলে। কোনে কিমান দিলে ?
উ: কুহি ৬০%, শান্তি ১৮২%, মণি ২৪৩৩ টকা।
৭। কোনো ডাঙ্গৰীয়াই কেইবা জন মাগনীয়াক ট. ২৪৬/৬
পাই সমানে ভগাই দিলে । তাত প্রতি মগনীয়াই ট. ৩৬ ।
পাইকৈ পালে। কিমান মগনীয়। ? উ: ৭৫ জন
৮। কোনো মানুহৰ বছেৰেকৰ আয় ২৫০০ । টকা।
সি নিতৌ ট. ৫ ন৬ পাইকৈ খৰচ কৰিলে এক বছৰত কি মান
ধন সাচিব পাৰিব ? উঃ ট. ৪৩৫০৬ পাই।
৯। কোনো মানুহৰ ৫০ বিঘা ৰূপিত মাটি আছে। প্রতি
বিঘাত উৎপন্ন হোৱ। ধানৰ পৰ। ১২ মোণ চাউল হয় । প্রতি
মোণ চাউলৰ দাম ট. ২৮/৫ গণ্ডা হলে সেই খেতিয়কে ধানৰ
পৰা কিমান টকা পাব ? উঃ ট. ১৬৯৬bo•
পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭০
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
