পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ মোখিক অঙ্ক। ১৭। কোনো কেঁয়া ই ট. ২০ গজ দৰৰ ৩২০ গজ বনাত কিনি ৮০০ টকা লাভ পাই এটাই খিনি বেচিলে । প্রতি গজ কেনেকৈ বেচিলে ? উ: ট. ২) ০ ১৮। কোনো দোকানীয়ে ট. ১৩|/• মোণ দৰৰ ২৭ মোণ । চেনি আৰু ট. ১৪/মোণ দৰৰ ১৫ মেীণ চেনি মিহলি কৰি । প্রতি সেৰ ॥০০ দৰে বেচিলে । তাত সি কিমান লাভ । পালে ? উঃ ট. ৫২ন• ১৯। ট ১৩৯Mন ১০ গণ্ড। ৩ জন মামুক এনেকৈ ভগাই দিয়া হল যে, প্রথম ব্যক্তি যিমান পালে, দ্বিতীয় ব্যক্তি তাতকৈ ট. ৯৮০১০ গঙ1 বেচি পালে, আৰু দ্বিতীয় ব্যক্তি যি পালে, তৃতীয়ে তাতকৈ ট. ১৫/১০ গণ্ডা বেচি পালে । কোনে কিমান পালে ? উঃ প্রথম ৩৫ টকা, দ্বিতীয় ট. ৪৪%/১০, তৃতীয় ৬০ টকা । ২০ । ১০ গণ্ডা গজ দৰ ১২০ গজ মাৰ্থিন কাপোৰৰ সলনি ১১৫ গণ্ডা গজ দৰৰ কিমান গজ জিন কাপোৰ দিব। পাৰি ? উ: ৮৪ গজ ২১ । কোনো মানুহে ট. ১২ || • মোণ দৰে ৭ মোণ ৩০ সেৰ । তেল কিনি প্রতি সেৰ ।ন• অনা হিসাবে বেচিলে । ইয়াত তাৰ কিমান লাভ হল ? ডঃ ট. ১৯ান• ২২। প্রতি টকাত o৬ পাই লাভ পালে, কিমান টকাত ট. ৭৮১০ লাভ পাম ? উঃ ৫০০০ টকা সাঙ্কেতিক। ৪০। সাঙ্কেতিক হই প্ৰকাৰৰ :-সৰল আৰু জটিল। এটা। বস্থৰ দাম জানিব পাৰিলে সেই দামৰ সমান সমান অংশ লই,