পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্র ৰাশি আৰু লঘুকৰণ। ৩ পোৱা এক জাতীয় ৰাশি আৰু ১০ সেৰ ৩ পোৱা মোণৰ শ্ৰেণী। এনেকুৱা এক জাতীয় ৰাশিকেই মিশ্ৰৰাশি কয় । ২৪ । এক জাতীয় এক নাইবা তাতকৈ অধিক শ্ৰেণীৰ ৰাশিক সেই জাতিৰ কোনো শ্ৰেণীলৈ নিয়াৰ নাম লঘুকৰণ । ই দুই প্ৰকাৰৰ :–‘সকৰ পৰা বড়লৈ নিয়া” যেনে ১৯২ পয়সাক টকালৈ নিয়া, আৰু বড়ৰ পৰা সকলৈ অনা ” যেনে ৫ টকা ৮ অনা ২ পয়সাক পয়সালৈ অনা । মুদ্রা বিভাগ। আৰ্য্যা । } ৩ ক্রান্তি, ৪ কাক, ৯দন্তী ১ কড়া ১৫ তিথি, ২৭ যব, ব৮০ তিলত ৪ কড়াত ১ গঞ্জ ২০ ক্রান্তিত ১ পাই ৩ পাইত বা ৫ গণ্ডাত ১ পয়সা ৪ পয়সাত, ব{ ১২ পাইত ১ অন৷ ব৷ ২০ গণ্ডত ২ অনাত। ১ আদমহীয়া ব দুইআনী ২ আাদমহীয়াত বা ৪ অনাত ১ সিকি বা মহা ২ সিকিত, ৪ আাদমহীয়াত । আধুলি । বা ৮ অনাত ২ আধুলিত, ৪ সিকিত, ৮ ১ টকা আদমহীয়াত বা ১৬ অনাত