পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ মোখিক অঙ্ক। ১৬ ২০ ১ম প্রশ্ন। ২ টকা ৫ অনা ১০ গণ্ডাত কিমান গগুl ? পাতনঃ–ট, ২l/১০ ইয়াত ২ টকাক ১৬ৰে পূৰণ কৰি তাৰে সৈতে ৫ অনা যোগ কৰাত ৩৭ ৩৭ অনা । অনা হল। পাছে ৩৭ অনাক ২০ৰে । ৭৫০ গণ্ডী । পূৰণ কৰি তাৰে সৈতে ১০ গণ্ডা যোগ কৰাত ৭৫০ গণ্ড1 হল । ২য় প্রশ্ন । ৩২০ পয়সাত কিমান টকা ? পাতনঃ– ৪)৩২০ পয়সা । ইয়াত ৩২০ পয়সাক ৪ৰে ভাগ । ১৬) ৮০ অনা কৰাত ৮০ অনা হল। ৮০ অনাক ১৬ ৫ টকা । ৰে ভাগ কৰাত ৫ টকা হল । ২৫। ওপৰৰ ২ট অক্ষৰ পৰা লঘুকৰণৰ এই নিয়ম কৰিব পাবি । যেনে ঃ--আর্য অনুসৰি ১ সংখ্যাৰে সৈতে যিযি ৰাশিৰ সম্বন্ধ আছে তাৰে বড়ৰ পৰা সকলৈ আনোতে পূৰণ আৰু সৰুৰ পৰ বড়লৈ নেওতে হৰণ কৰিব লাগে। ৬— উদাহৰণমালা । লঘুকৰণৰ প্রশ্ন বিলাক মুখে মুখে সোধা যুগুত। ১। ২০ টকাত কিমান অনা ? উঃ ৩২০ অনা ২। ৫৬ টকাত কিমান অনা ? উঃ ৮৯৬ অনা ৩। ৮০০ টকাত কিমান অনা ? উ: ১২৮০০ অনা । ৪ । ৪ টকাত কিমান পয়সা ? উঃ ২৫৬ পয়সা ৫ । ২৫ টকাত কিমান পয়সা ? উঃ ১৬০০ পয়সা ৬। ১২০০১ টকাত কিমান মহা ? উ: ৪৮০০ মহা ৭। ৩২ টকাত কিমান হইত্মানী ? উঃ ২৫৬ তু ই আনী ।