এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪—উত্তৰমালা।
| ১ । ৭৫ | ২ । ১৫৮৪ | ৩ । ৩৯৪২ |
| ৪ । ৬৮৭২ | ৫ । ৬২১৯ | ৬ । ৯৪২০ |
| ৭ । ১১৫৯৬ | ৮ । ৬৪১২ | ৯ । ১৪৫১৭০ |
| ১০ । ১০৮৫১৮৪ | ১১ । ১০২২২২ | ১২ । ১৬৭৪০০ |
| ১৩ । ২১৮৯৭৫ | ১৪ । ২৩৬৩০৪ | ১৫ । ২০৫৮৪০০ |
| ১৬ । ৩৩৫৪১০ ৫ | ১৭ । ৪৯০১৬২৪ | ১৮ । ৬৬১১৪৩০ |
| ১৯ । ৩৩১৮৫০৮৮ | ২০ । ১২৭০৭৫৯০৫ | ২১ । ৩০৮৫২৯৭৭৪ |
| ২২ । ৭০৭৩০২০৫০ | ২৩ । ২০৯৫৪৭৭১৯১০ | ২৪ । ৩৮১৬০১১৩৯৮৫০ |
| ২৫ । ৭২৭৬৯৫০০০০০ | ২৬ । ২৫৪৮৮৩৬১২০০০ | ২৭ । ১৬১২৫ টকা |
| ২৮ । ৪৬০৮ টকা | ২৯ । ৮৫৫৩৬ টকা | ৩০ । ১৬৩৪০১ টকা |
| ৩১ । ২৮ হাত | ৩২। ১০৪১ টকা । | ৩৩ । ৬৯০৯৬২০৬২২৩০ |
অমিশ্র হৰণ বা ভাগ ।
১৮। এটা ডাঙ্গৰ ৰাশিৰ ভিতৰত তাতকৈ সৰু কোনো
এটা ৰাশি কেই বেলি আছে, তাক জানিবৰ নিয়মক হৰণ
বোলে।
১৯। যি ৰাশিৰে ভাগ কৰা যায় তাক হাৰক বা ভাজক ।
কয় আৰু ঘি ৰাশিক ভাগ করা যায় তাক হাৰ্য্য বা ভাজ্য
বোলে। ভাগ কৰি যি ফল হয়, তাক ভাগফল আৰু যি
শেষ থাকে তাক ভাগশেষ বা বাকি বোলা যায়।