পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অমিশ্র পূৰণ

১১। ৫৬৭৯ ১২। ৬৯৭৫ ১৩। ৮৭৫৯ ১৪। ৮৭৫২ ১৫। ৬৪৩২৫
১৮
________
২৪
________
২৫
________
২৭
________
৩২
________

১৬। ৬৭৮৬৯ ১৭। ৮৭৫২৯ ১৮। ৯১৮২৫ ১৯ ৩৪৫৬৭৮
৪৫
________
৫৬
________
৭২
________
৯৬
________
২০। ৪২৭৮৬৫ ২১। ৬৫৭৮৯৬ ২২। ৭২৫৪৩৮ ২৩। ৬৩৭৮৯২৬
২৯৭
________
৪৬৯
________
৯৭৫
________
৩২৮৫
________

২৪। ৫২৭০৩৭০ ২৫। ৭৮৫০০০ ২৬। ৩৪৯০৬০০
৭২৪০৫
________
৯২৭০০
________
৭৩০২০
________

   ২৭। এটা মোণাত ২৫ টকাৰ চেনি থাকিলে, তেনেকুৱা
৬৪৫ মোণা চেনিৰ দাম কিমান ?
   ২৮। যি, মাহেকত ৪৮ টকা দৰমহা পায়, সি ৮বছৰে
কিমান পাব ?
   ২৯। এখন নাৱত ২৩৭৬ টোপোলা কপাহ আছিল।
প্ৰতি টোপোলা ২ মোণ গধুৰ। যদি ১ মোণ কপাহৰ দাম
১৮ টকা হয়, তেন্তে এটাইবোৰ কপাহৰ মুঠ দাম কিমান ?
   ৩০। এটা বস্তাত ২১৫ থান কাপোৰ আছে। প্ৰতি থান
৩৮ গজ দীঘল। যদি প্ৰতি গজৰ দাম ২ টকা হয়, তেন্তে
বস্তাৰ দাম কিমান ?
   ৩১। এডাল বাহ, ২ হাত বোকাৰ ভিতৰত সোমোৱা
আছে। তাৰ ৫ গুণ পানীত আৰু ৮ গুণ পানীৰ ওপৰত। বাঁহ
ডাল নো কিমান দীঘল ?
   ৩২। কোনো দোকানীয়ে ৯ টকা মোণ ভাৱে ৬২৫
মোণ আৰু ১৪ টকা মোণ ভাৱে ৪১৭ মোণ চেনি কিনি
মিহলি কৰিলে। পিছে এটাই বোৰ ১২ টকা মোণ দৰে
বেচিলে। ইয়াত তাৰ কিমান লাভ হল ?