পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ মৌখিক অঙ্ক। যেনে ঃ—4ক 3 ৰে পূৰণ কৰিলে ১২ হয়, এতেকে ৪ আৰু ৩, ১২ৰ গুণনীয়ক। ১৬। যদি গুণক ৰাশি ২০ কুড়িতকৈ ডাঙ্গৰ হয় আৰু সেই ৰাশিক সৰু সৰু অক্ষৰ পূৰণৰ পৰা ( অর্থাৎ গুণনীয়কৰ পৰা ) উৎপন্ন হোৱা জানিব পাৰি,তেন্তে সেই সৰু সৰু অঙ্কেৰে ক্ৰমে গুণ। কৰি উত্তৰ উলিওৱা অধিক সুবিধা । যেনে: —-২য় প্রশ্নত গুণক ৯৬ ; ১৬ক ৬ৰে পূৰণ কৰিলে ৯৬ হয় । আগেয়ে ১৬ৰে পূৰণ কৰি, পিছে সেই পূৰণফলক ৬ৰে পূৰণ কৰিলে ফল সমান হব। পাতন ঃ ৭৩৬ ১১৭৭৬ গুণফল ৭০৬৫ ৬ ১৭। গুণ্য বা গুণক ৰাশিৰ অস্তে যিমান কি শূন্য নে থাকে, পূৰণ কৰিবৰ বেলি সেই বোৰ ধৰিব নেলাগে। পূৰণ কৰা শেষ হলে ফলৰ সোফালে দেই নৃত্য বোৰ বহুৱাই দিব লাগে। যেনে : গুণ্য ৭৯০০০ গুণক ৬৭০০ ৫ ৫৩ ৪৭৪ গুণফল ৫২৯৩০০০০০ ৪— উদাহৰণমালা । ১। ২৫ , ২ । ৩৯৬ ৩ । ৬৫৭ ৪ । ৮৫৯ ৫। ৬৯১ ।৬। ৭৮৫ ৭ । ৮৯২ ৮। ৪ ৫৮ ৯ । ৯৬৭৮, ১০ । ৬৭৮২৪ ১২ ১৩ ১৪ ১৫ ১৬