পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমিশ্র পূৰণ । ২৩ ১ম প্রশ্ন। কোনোবাই মাহেকত ২৮৫ টকা দৰমহা পালে। তাৰ ৭ মাহৰ দৰমহা কিমান ? পাচ সাতে ৩৫ ; ৩৫ৰ ৫ বহিল, পাতন :-২৮৫ ®ণহাতত থাকিল ৩। সাত আঠে ৫৬, গুণফল। ১৯৯৫ ৫৬ আৰু হাতৰ ৩এ ৫৯ ; ৫৯ৰ ৯ ৭৩৬ 8 ৪১৬ ৬৬২৪ বহিল, হাতত থাকিল ৫ । সাত হুগুণে ১৪, ১৪ আৰু হাতৰ ৫এ ১৯ ; ১৯ৰ ৯ বহিল, হাতত থাকিন ১। ১, ১এই বহিল । এতেকে গুণফল ১৯৯৫। ২য় প্রশ্ন। নিতে যি ৭৩৬ টকা আজে তাৰ ৯৬ দিনৰ অজা ধন কিমান ? - ছয় ছয় ৩৬ ; ৩৬ ৰ ৬ বহিল, হাতত পাতন ঃ ৯৬ থাকিল ৩। তিনি ছয় ১৮, ১৮ আৰু হাতৰ ৩এ ২১, ২১ ৰ ১বহিল, হাতত গুণ ফল ৭০৬৫৬ থাকিল 2 । ছয় সাতে ৪২, ৪২ আৰু হাতর ২এ ৪৪ , ৪৪ৰ ৪ বহিল হাতত থাকিল ৪। ৪, ৪এই । বহিল। ৬ এককেৰে পূৰণ কৰা হল, এতিয়া ৯ দশকেবে পূরণ । ছয় নং ৫৪, ৫৪ৰ ৪ ( দশকেৰে পূরণ কৰা হল বুলি দশকৰ । তলত ) বহিল, হাতত থাকিল ৫ । তিননং ২৭ ; ২৭ সাৰু হাতৰ ৫এ ৩২ ; ৩২ৰ ২বহিল, হাতত থাকিল ৩। সাত নং ৬৩, ৬৩ আৰু হাতৰ ৩এ ৬৬ ; ৬৬ ৬ বহিল হাতত থাকিল ৬। ৬, ৬এই বহিল । পাছে হয়ো । গুণফলক গোটোৱাত ৭০৬৫৬, উত্তৰ হল। ১৫ ! যি যি ৰাশিৰ পূৰণৰ পৰা কোনো এক ৰাশি উৎ পন্ন হয়, সেই সেই ৰাশিক গুণনীয়ক বা উৎপাদক বোলে।