পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ মৌখিক অঙ্ক । ২২ । ভোগৰামে ৩২৫ টকার চাউল, ২৮৭ টকাৰ ধান, ৯৩৪ টকাৰ মাটি মাহ, ৬৩৭৫ টকাৰ আলু, ৩৪৯২ টকাৰ কাপোৰ কিনিলে। তাৰ মুঠ জমা ১২৫০০২৩ , টকা। তাৰ । হাতত কিমান টকা ৰল ? ৩– উত্তৰমাল । ৫। ৫২৪ ৩৩৪ ৬ । ০৯৬৭ ৭ । ৫ ৪ O৯৭৫ ৮ । ২ ১৬৯৭৪ ৯ ৯ । ৭৩৩২৩১৩ ১০ । ৬১৮৯৯৭৮১ ১১ । ২ ১২৪১৯৩০৫ ১২ । ৮৯৭৫ ০৮৭ ১৩ । ৪৮০৯৯৭৬ ১৪ । ১৮০৯৭২৬ ১৫ । ৫৫ ৫১৪ ৯০৮৩০ ১৬ । ৪৪০৫৩৬৯৯১৫ ১৭ । ৫৮০৩৮ ৯ ১৮ । ৪৪৪৪০১৭ ১৯ । ৪৬ বছৰ । ২১ । ৬৪ ৯২৭ ২২। ১২৩৮৯১০ টকা। ২০। ৮২৫ অমিশ্র গুণন বা পূৰণ । ১২। যোগৰ সংক্ষিপ্ত উপায়ক গুণন বা পূৰণ বোলে । যেনেঃ— নেওতা অনুসৰি ৫ ক ৪ৰে গুণ কৰিলে ২০ হয়, ৫ ক । ৪ বেলি লেখি যোগ কৰিলেও সেই ২০এই হব। ১৩ । যাক গুণ কৰা যায় তাক গুণ্য বা পূৰ্য্য কয় ; যাৰে গুণ করা যায় তাক গুণক বা পূৰক বোলে, আৰু গুণ কৰি বি ফল হয় তাক গুণফল কয় । । নেওতা মুখত নাহিলে গুণ কৰিব নোৱাৰি, এতেকে গুণ কৰিবৰ আগেয়ে নেওত৷ মুখত আনিব লাগে ! ১৪। এক জাতিৰ অখণ্ড ৰাশিক আন জাতিৰ অথও ৰাশিৰে গুণ কৰাৰ নাম অমিশ্র গুণন।