সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২ ) ভাঙ্গি ভোট- জলকীয়া, গাত দিয়া চোৰাভৰ থিয়াল হুটাহ-যুত, চকুত মোহাৰি দিয়া, সেৰা-পতা সাঁচ। কত মানুহক কৰে খাই নিদিবা ভুতক ঠাই, অধম ডলুৱা ভুত, দূৰ হাবিলই তাক পঠিয়াই দিয়া। তাৰ ঠাই খাল, বিল, নাইকিয়া। কোনো মতে আঁতৰাই, পৰ্ববতৰ বৰ শিল, বৰ গুহা পৰ্ব্বতৰ, দলনি, পিতনি, জান, মৰিশালি, জুৰি, মৰি-নই, এৰা-ঘৰ, এঠ।-বৰ, জৰী আৰু আঁহতৰ গুৰি। গীত দিয়। লগ এৰুৱাই, তুমি তাক পঠিয়াই ভুতৰ ৰাজ্যৰ বাজ মানুহ-সমাজ। লগত থাকিব যাৰ, খুলি খুলি খাব তাৰ, সকলোৱে মিলি-জুলি, হেলাৰঙ্গে বাট বুলি, সোমাই বুকত-থকা আমঠুৰ মাজ। উন্নতিৰ পোনে ভাই হাঁহি হাঁহি বৈয়॥ স্বদেশৰ চিন্তি হিত, ৰী কাম কৰা নিত নিত, নববা মিছাতে তুমি খিয়ালৰ খৈয়া। সকলোৰে হিত সাধি, থিয়ালৰ হাক বাধি, কৰ্ম-থলীত আগ হোৱা অসমীয়া। ইটে সিটে হাত ধৰি, বল। হঁহা-মতা কৰি — থিয়ালৰ কিয় ভাই হোৱা বহুটীয়া।