সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাই অসমীয়া, আগৰ সময়, ভেম। ভেম এৰি দিয়া, উঠি-পৰি তুমি কামত ব কামত ধৰা। উন্নতিৰ তুমি লগত লৰা। পালে জানা লয়- মিছা যহ এৰা, গেলা-গপ ফো, ৰঙ্গ। থঙ্গা আৰু তামূলী-পিৰা। উঠি লৰ ধৰা, মন ওখ কৰণ— কিয়নো এনেই লাগা ঠিহিৰা। মুক-লগা গাৰু, মেৰ-ঢৰা আৰু, এৰি পেলাবৰ বতৰ হল। নহলে সঁচাই, উটি যাবা ভাই, চোৱাঁ কল্-কল্, নাওখনি যায়, কৰ। খৰ-পোচ, নোৱাৰা ৰাখিব পানীৰ ধল। ফেনে ফোতোকাৰে আহিছে সেয়া। ভেম পাতি ৰই থকাটো বেয়া। বেগাই নাওত পেলোৱা ভৰি। উন্নতিৰ ধল, উঠা গিৰিসাই, কিয় খোৱা কোঁচ,