সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 18 ) মানি লোৱাঁ কথা মোৰ, পৰিব তোমাৰ ওৰ, পৃথিবীত নেথাকিব সঁচ 2 দেখিছা চাৰিওপোনে, বেৰি আছে ধনে-সোণে, বিদেশীয়ে বান্ধিছে টুপলি। কৰা কথালই কাণ, তুমিও তালপমান, লোৱাচোন যি পাৰা বুটলি। সংসাৰৰ হাট ভাই, বেহাবলৈ বিত নাই, নেথাকিবা শুই পাটি পাৰি। শুদা হাতে কিনিবলৈ, যদি তুমি যোৱা তলৈ, পোহাৰীয়ে দিব বে হুকি মাৰি। খুজিলে হাটত ভাই, একো পাবলই নাই, অউ-টেঙ্গা, ঢেকীয়া, খুতৰা। ভোকত মনটো জঁয়, পেট কঁকলীয়া হয়, তেও কেৱে নলয় বতৰা। গাটে৷ ৰাইজাই কৰে, হামি-হেঁকটিয়ে ধৰে, উলটি চাওঁতা কেও নাই। সংসাৰৰ লীলা ভাই, এই বেলি লোৱাঁ চাই, বুজি লোৱাঁ কথা ফঁহিয়াই। কলা-ঘুমটিৰ উম, হবাগই ব-ছেৰা, খহাই পেলোৱাঁ জাপজুপ। এৰ। ফটা কথা-ঘুম, নহলে ভাইটি হেৰা, এই কথা জানিবা ধুৰুপ। ভা