সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কানি-ৰাগি শনি, ( 13 ) নুশুনা কুটুম মোৰ। তাৰ ফুচুলনি, উঠি কাম কৰা, - উপদেশ ধৰা- বুক্ত সাহৰ জৰী। বাউসিত বল, লোৱা বুদ্ধি-কল, মূৰত দয়ালু হৰি। হেৰা ভাই অসমীয়া, এলাহ। এলাহৰ টান শিয়া, জুৰিলে তোমাৰ দেহা, মন। চাৰিপোনে চোৱাঁ জুমি, নহলে পাছত তুমি, বিচাৰি নেপাবা খুঙ্কণ। এলাহৰ লাগি এঠা, পাখিবোৰ হল জেপেটীয়া। দেখিলে ওপজে বেথা চকু মেলি চোৱাঁ ভাই, অলপতে হব হায়, উৰিবৰ শক্তি নাইকিয়া। আৰু নো কিহৰ গপ, মেৰালে নিকপ্‌কপ্, গাত ছাতি ৰঘুমলা গছ