সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( b ) ওভটে মানুহবোৰ, সন্ধ্যা পাৰ হল। টোপনি-পাটিত পৰি চকু যুদ গল। ফেঁচুৱে ডালত পৰি নউ মাতোতেই, ৰাতিপুৱা পাটি এৰি আটায়ে উঠেই। যাৰ যিটো কাম, তাক কৰিবলৈ ধৰে— এফেৰি এলাহ নাই মনপাৰি কৰে গাভৰুৱে হাত দিয়ে ঘৰুৱা বনত। ডেকাবোৰে লাগি যায় বাজৰ কামত। বুঢ়াবোৰে সংসাৰৰ দিহা-পোহা দিয়ে। লৰাবোৰে ৰং পায় বনত ধৰিয়ে। “ৰাতিপুৱা গাভৰুৱে কত বন কৰে :-- এজনীয়ে হেঁপাহৰ তাঁতখন তৰে। ত এজনীয়ে সাৰ্গেই চোতাল পদূলি; মজিয়া মোছেহি, মেলি পদুমী আঙ্গুলি। কোন্ সিটী—কোনে ধৰে আখলৰ চৰু? —লয়লাসে যায় মোৰ ৰান্ধনী গাভৰু। কে কান্ধত নাঙ্গল লই যায় কত ডেকা, জুমুঠিৰে উলিয়াই চেৰেপাৰ সেকা। ৰাজা আগত এহালি গৰু, পাছত হালোৱা -- হাতত এছাৰি ডালি মুঠি মাৰি লোৱা। খিল্‌ খিল্‌ হাঁহি যায় কোন্ ধেমেলীয়া? জুমপাতি গৰু খেদে ল'ৰা গৰখীয়া।