পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪৪ | অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বাঘ-চকা বা বাঘ-ঢেকা (বাঘে মৰা টকাৰ দৰে যি ঢাকা সি বাঘ-ঢাকা=৪ sudden stroke or push from behind like that of a tiger); আধা-খুলা (আধা বা অসম্পূর্ণ কৈ খুন্দা যি চাউল সি আধা-খুন্দা = course rice-four); চালনী-সৰকা (চালনীত সৰকা দি যি সৰকা সি চালনী- সৰকা=riddle or a kind of game); কঁকাল-ছিঙা বা ছিগ। (কঁকাল ছিগাৰ দৰে যি খেলা সি কঁকাল-ছিগা=a kind of game); বাধ-আঁছােৰা (বাঘৰ দৰে আঁহেৰে যি সি বাঘ-আঁছাে=a kind of thorny creeper); ইত্যাদি। (গ) শেষৰ পদটে। বিশেষণ হলেও একার্থ-প্রতিপাদক (appositional) হয়। যেনে, কুকুৰ-নেচীয়া বা কুকুৰ-লেজীয়া (কুকুৰৰ নেজৰ দৰে নেজ যাৰ সি কুকুৰ-নেচীয়া = a kind of leopard ); বেঙ্গেনা-বুলীয়া বা বাঙনা- বুলীয়া (বেঙেনাৰ নিচিনা বােল বা বৰণ যাৰ সি বেঙেনা-বুলীয়া=violet); কপাহ-গুটীয় (কপাহৰ গুটিৰ দৰে যি মেঘ সি কপাহগুটীয়া =a variety of cloud : membos)। সেইদৰে-শাও-বৰণীয়া (slightly dark in complexion); লাউমুবা (a man having his head shaped like a bottle-gourd ); ইত্যাদি। (২) বিশেষণৰ দ্বাৰা (by an adjective) | শেষ পদটো সংজ্ঞা-শব্দ হলে প্রথমটো গুণবাচক হয়। যেনে, বেজীয়া- ঘোক (বেজীৰ দৰে ঠোট যি ঘোক সি বেজীয়া-ঘোক =a kind of wading bird, স. ঘূকঃ=owl); নেজাল-তৰা বা লেজাল-তা (নেজ যুক্ত যি তৰা সি নেজাল-তাে= lit. a star with a tail=a' comet); কলা-ঘুমতি (কলা বা কাণে মুশুনা অৱস্থাৰ যি ঘুমতি সি কল-ঘুমতি= a light sleep or nap); গােলাপী-জামু (গােলাপৰ বৰণীয়া যি জামু সি গােলাপী-জামু=rose-apple : a kind of fruit); খুদীয়া-বল (দৰ দৰে সৰু যি বৰল সি খুদীয়া-বৰল = a smaller species of wasp); মধুৰি-আম (মধুৰ দৰে মিঠা যি আম সি মধুৰি-আম=the guava); কাঠ-হাঁহি (কাঠৰ দৰে নিৰস যি হাঁহি সি কাঠ-হাঁহি=a grin); কলা-আজৰ (ক’ল পৰে যি অজৰত সি ক'লা-আজৰ =black-fever : Kala-azar); বৰ-গিৰী (ভাৰ্যাত কৈ বৰ যি গিৰী বা গৃহস্থ সি বৰ-গিৰী=wife's elder brother); পথালি-কোলা (পথালিকৈ লোৱা যি কোলা সি পথালি-কোলা=lit.