পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অসমীয়া ব্যাকৰণ আৰু ভাৰাত খ, খৰা (a piece ), শ খণ্ড, এ. খ , ২. খৰ। স. খণ্ডক . = খ। ‘ত, পূজা, খুতুবা (a small piece)—স, ক্ষুদ্রকঃ (smal), এ. খুচ্ছও, টও (হেমচ, ২১৭৪), হি. ছােটা, আ. খুতা। বাকি ‘উ’-প্রত্যয় (৪৩৪) যােগত খুতুৰা আৰু অৰা মােগত (৪৪৩৪) খুতৰা হয়। | (৪৩৫ দেখা)। শােহা, কোহ (a bunch, a bundle)স, গুচ্ছক, প্রা. গােচ্ছ, অস, গােছ বা কোছা (৪১৪)। গছ, গছি (a tree, a progression - গচ্ছ, অ, গছ। আর্থিক ই যােগত গছি (৪৪৩)। গােট (whole or undivided thing ), গুটি (a small ball or seed -স. গুটিকা, টী (a small ball or globe), অ, গুটি, খ্রী. ওটী। গােট আৰু গােটা ইয়াৰ ৰূপান্তৰ (৪ঃ ১২৯১৩২)। এন, না, জনী (man, woman)-স. বা বৈজন, জনি, জনী (৪২২০, গ)। লােপা, ছােপ (ahrub, bush)—স. চুপ (a shrub, bush ), আ. ছােপ (৪১৩২)। জোপা তাৰ বিকৃতি (১৯৬)। জোপাৰ আকাৰ বাৱিকে বার্বিক টো, টি, টা (the, the little H$২২৩,গ)। টুকুৰা (a small piece)—স. টুটুক (small, little)। উৰা বা অৰ ৰার্বিক | (৪৪৩৪); বা স. তােকঃ (a little : ৪৪৩৫৪ দেখা)। টোপ, টোপা (a drop)—স. তিপ, বা তেপ, ( to drop, to ooze or leak, তেপন ? a drop)। কিন্তু স. এ (oozing, trickling) | বেচি সভৱ। ভাল, লি ( rod, staf –স, দাড়কম্ (a stick, staff or rod ), এ. ভাল | অপ. ভালইং ( হেমচ, ৪৪৪৫), হিন্দী ভালা, অ, ভাল, তালি। তােখৰ (a piece)—স, যিখণ্ড (a thing broken into two), প্রা. দোখন্ড, থােক (bunchস, হােকম (few), প্রা. থােৰুং ( হেমচ. ২১২৫), অ, থােক। থােকা, খুণি (a cluster)—স. গুৱকঃ (a bunch, cluster), এ. খুৱাও (হেমচ, ১৭৫), অপ, খুৱও, খােৱা (হেমচ, ৪/৩৭৬), এ. খােপ বা আর্থিক ই যােত খুণি। ৰা বৈ অপ (a tuft of hair ), শ. বা. ১৩৩। সা. কে. ii. ৪.