পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাশ ধাৰ (a continuous line or string) , ধাৰা (a continuous line or series), প্ৰা ধাৰ (হেমচ, ৪৩৮৩), ধাৰ। পাট, পাটি (a fat thing . পট (a slab or tablet) ৰা , পত্র (a leaf ), এ. পত্তণ, অপ, পটং (হেমচ, ২১৭৩: ৩৭০, ৮৭), জ, পাট, বার্ষিক ই যােত পাটি। ফেৰা, ফেৰি, (a bit, a small piece), পিণ্ডক (a lump, a cod, a morsel), প্রা. পেও হেমচ. ১৮৫)=অস, পেৰৰ ( ১৪০ )== পেৰা, ফেৰা ( ১৪•) বা বর্থিক ই যােগত, পেৰি, ফেৰি। লদা (a lump or mass —স, লুংভিকা (a round mass or ball), এ. লােডি (?), আ. লা।। সূত (a split piece)—স. সূত্ৰ (a thread, string), প্রা. সূত্ত, . দূত। | চটা (a at piece) from স. চটন (splitting-চট (to split); খিলা ($ ১৯৩ দেখা : a whole leaf ), স. অখিল ( whole, entire); আঁটি (a tied bundle) from স. অন্তঃ, অল: (binding : স, অন্ত, to tie); সােপা’ (a mass) from স. শােফ (a swelling, tumour ); বিৰা (a leaf ) from স, বিটিঃ (betel plant); cf. কছাৰী—বিলাই ( leaf )। | (খ) অসমীয়া শব্দাংশ বাৱহাৰৰ এই লক্ষণ সংস্কৃতৰ পৰা নহয় বড়াে ভাষাৰ পৰাহে অসমীয়াত সােমাইছে। কছাৰী আৰু গাৰৰ ভাত সংখ্যাবাচক শব্দৰ ব্যৱহাৰ কৰোতে বস্তুটোৰ শ্ৰেণী বুজুৱা কিছুমান শব্দাংশ সদাই যোগ কৰা হয়। অসমীয়াত তেনে হয়। ইয়াত কেৱল প্রভেদ এই যে বলাে ভাষাত তেনে শব্দাংশ সংখ্যাবাচক শব্দৰ প্ৰায়ে আগত কিন্তু অসমীয়াত সংখ্যাবাচক শব্দৰ পাচত বহে। তলত এটি চুটি তালিকা দিলাে। সম্পূর্ণ তালিকা দিয়া সম্ভৱপৰ নহয়। গাৰৰ কছাৰী অসমীয়া প্রকৃতি বা -শ্রণী চা চা জন, টা । For intelligent being as man, god, etc. মাং মা টা Unintelligent anima, a beasts, birds etc. = ১। cf. স. সৱ (all)=পালিস , সােপা।