পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনত্রিংশ আধ্যা শব্দাংশ (Particles) ৪৯৬। অসমীয়া ভাষাত কিছুমান শব্দ সুকীয়া শব্দ স্বৰূপে ব্যৱহৃত নহয়; তদ্ধিতৰ দৰে আন শব্দৰ শেষত যােগ হয়। ইহঁত বাস্তৱিকে তদ্ধিত প্রত্যয়াে নহয়, শব্দও নহয়। সেই দেখি কোনাে কোনাে বৈয়াকৰণিকে ইবিলাকক “উপশব্দ” বুলিছে। আমি এই নামকৰণৰ কোনাে বিশেষ কাৰণ নাপাই ইবিলাকক শব্দাংশ (particle) বুলিলে। এই শব্দাংশবিলাক সংখ্যাবাচক শব্দ, বিশেষ আৰু সর্বনাম শব্দৰ শেষত যােগ হয় আৰু সংখ্যা, পৰিমাণ বা আকৃতি নির্দেশ কৰে। ইংৰাজী Definite article অর্থ ইবিলাকে প্রকাশ কৰে। তলত এটি তালিকা দিলাে। ই অসম্পূর্ণ। ৪৯৭। সাধাৰণ লিঙ্গ পুল্লিঙ্গ স্ত্রীলিঙ্গ ১। খন, খান, খনি, খানি খন, খান, খনি, খানি থানী, খনী ২। খৰ, খ । ৩। ধুতা, খুত, খুতুবা ৪। গােছ, কোছা ৫। গছ, গছি। ৬। গােট, গুটি গােট, গুটি ৭। জন, জনা। জন, জনা জনা, অনী ৮। লোপা, ছােপ ১। টো, টি, টা ১০। টুকুৰা ১১। টোপ, টোপা ১২। ডাল, ডালি ১৩। ডােখৰ তােৰ ১৪। থােক ১৫। থােকা, খুপি ১৬। ধাৰ ১৭। পাট, পাটি ১৮। ফেৰা, ফেৰি ১৯। লা ।।। । টো, টি ।।।।। ।।। ইত্যাদি