পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত ৪৩১ বা পণণং; স, পুষ্প (quality of a lower ), এ. পুপফিমা বা পুণ। অসমীয়াত বৰ ব্যত্যয় হয় আৰু ইয়াৰ ঠাইত আমি হয়। যেনে, পীণামি পুস্পামি। বঙ্গালীতত এই প্রত্যয় আছে। যেনে, গোঁৰামি (orthodox), from গোঁৰা (origin)। এই প্রত্যয়ান্ত শব্দ বাৱিকে বীলি। কিন্তু আমি তাক ক্লীবলিঙ্গ বুলি ভাবাে। প্রাকৃত ‘ইমা’ প্রত্যয়ৰ মূল বাস্তৱিকতে সংস্কৃত ইমন্ প্রত্যয়। যেনে, স. মহিমা, গৰিমা, ধূর্তিমা, ইত্যাদি । উনত্রিৎশ বিব সা. লি. ১। তী । ৪৯৩। তাত হােৱা অৰ্থত স্থানবাচক বিশেষ্য উলিয়াবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয় । | প্ৰথম খৰা: যেনে মাহতলী (pulse-field) from মাহ (pulse); সৰিয়হতলী (mustard-field) from সৰিয়হ (mustard); কঠীয়াতলী (paddy seed-bed) from কঠীয়া (rice-seedlings); ইত্যাদি। দ্বিতীয় থ: যেনে, ৰণথলী (battle-field) from ৰণ (battle); সভা-থলী (place of meeting) from সভা (a meeting); ইত্যাদি। ৪৯৪। মূল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত ‘স্থলী’ (ground or land)। প্রাকৃতত ই ‘তলি' (হেমচ, ৩৩৩৪ ) আৰু অপভ্রংশত ‘থলী’ (হেমচ. ৪৩৩০ ) হয়। তাৰ পৰা অসমীয়া তলী আৰু থলী প্রত্যয় ওলাইছে। তলী-প্রত্যয় সংস্কৃত তল’ (bottom )ৰ পৰাও আহিব পাৰে। ত্রিংশ বিধ সা. লি. ১। দুৱা। এই প্রত্যয় যােগত বিশেষণ-সর্বনাম পােৱা যায়। যেনে, এনেকুৱা, যেনেকুৱা, তেনেকুৱা ইত্যাদি। এই প্রত্যয়ৰ মূল ওপৰত দিয়া হৈছে (৪৩৩৬াখ)। ৪৯৫।