পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাত ২২)। যেনে, স, বিনম (leisure, rest)-এ, বিআ ; . সাতলম্ (region under earth) , সায়ল; স, যতি (ascetc) = প্রা. এই স, ভূত (become)- এ অং। এতেকে ধৰিব পাৰি ৰে ‘আলি এত্যয় প্রাকৃততে বিকৃতির নিয়মে ‘আলি’ হৈছে আৰু এইয়েই অসমীয়া প্রত্যয়। যেনে, বৈ. জ্যেষ্ঠ-তাতিঃ (superiority)= এ. ঠে আড়ি জেঠমালিঅস, জেঠালি (qualities of a Jetha, father's elder brother)। সেইদৰে বৈদিক সাতি (complete welfare a completeness)= প্রা. সৱৰআলি , সৱালি (?)। বাণীতে এই প্রত্যয় আছে। যেনে, চলি (deception)। এতিয়া বুজিব পৰা যাব যে ‘আতি’ৰ পৰা ‘তাড়ি’ বা ‘তাৰি আৰু তাৰ ত’ সােপ হলে আৰি তাৰ ৰূপান্তৰ অৰি পােৱা যায়। . অষ্টৱিংশ বিধ ৪১১। | সা. লি. ১। আমি গুণৰচক বিশেষ সিদ্ধ কৰিবলৈ সংজ্ঞা শব্দ বা বিশেষণত এই প্রত্যয় বােগ হয়। কিন্তু সচৰাচৰ অসমীয়াত এই প্রত্যয়ৰ সলনি আলি’ প্রত্যয়ৰ ব্যৱহাৰ হয়। উদাহৰণঃ দুষ্টামি (wickedness) from দুষ্ট ( wicked); লুমি (lasciviousness) from লুচ্ছ (licence, desire), প্রা. লিজা। (হেমচ. ২২১), স, লিঙ্গ; ধূর্তামি (artfulness) from ধূর্ত (artful ); লৰামি (childish behaviour) from ল’ৰা (a boy); কাত্রামি (insincerity, untruthfulness, jest) from যাত্রা (insince); ইত্যাদি। পক্ষে, দুষ্টালি, লুচ্ছালি, ধূর্তলি, লৰালি, ফাত্রালি। ৪৯২। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত বা বৈদিক ন্ প্রত্যয়। এত এই প্রত্যয় ‘ই’ বা ‘গুণ হয়। যেনে, স, পীনত্ব (state of being plump, fleshly or thick-said of woman's breast), প্রা. পণিমা ১। “ চিপৌ ”, হেমচ, ১৫০