পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত ০২ silk); কাষৰি (side or edge of an embankment in a nice-fied) from কাষ (side, edge); কুৰি (il-will spite) from কোষ, স, কুক্ষিঃ (interior of anything); গােহাৰি (prayer) from , এহঃ (tenacity, persistence); সৰি (remuneration to an assembly) from সভা (a meeting); ইত্যাদি। ৪৯০। মুল (Derivation) এই প্রত্যয় বাৰিকে স্ত্রীলিঙ্গ আৰু গুণবাচক সংজ্ঞা-শৰ উলিয়াবলৈ ব্যৱহৃত হয়। কিন্তু আমি ইয়াক সাধাৰণ বা ক্লীবলিঙ্গ স্বৰূপে ব্যৱহাৰ কৰে। এই প্রত্যয়ৰ মূল বৈদিক তদ্ধিত তাতি' প্রত্যয়। বৈদিকত ‘তাতি’ আৰু তাড়' প্রত্যয় ‘তা’ প্রত্যয়ৰ নিচিনা স্ত্রীলিঙ্গৰ গুণবাচক বিশেষ গঠিত কৰিবলৈ ব্যৱহৃত হয় (Macd. vedic Gramm. ৪১৮২২)। প্রাকৃত স্বৰৰ পিচত থকা ‘ত’ৰ ঠাইত কেতিয়াবা ‘ড় হয় (হেমচ. ১২০৬; বৰ, ২৭)। যেনে, স. প্রতিসৰ (dependant, subject)= প্রা. পড়িসৰৰ; স. বেতন: (cane)=. বেড়িসাে; স পতাকা (dag)= প্রা. পড়াআ ; স. প্রতিমা (idol)= প্রা. পড়িমা; স. প্রতিকৰােতি (requites, repays)= প্রা. পড়িকই; স. বিভীতক:; (a kind of tree) = প্রা. বহেড়ও, অ, ভই; স. সুকৃতম্ (skilful)= প্রা. সু ম। এই- দৰে প্ৰাকৃতত ‘তাতি’ৰ ঠাইত ‘তাড়ি হয়। আকৌ প্ৰাকৃতত অৰৰ পাচত অসংযুক্ত ‘ড় থাকিলে সি প্ৰায়ে ‘ল’ হয় (হেমচ, ১১২২; বৰ, ২২)। যেনে, স, গৰুড়-পা গলাে ; স. তড়াগ (a tank or hake) প্রা. তলায়ম্ ; স. কীভৃতি (he plays)= প্রা. কালই। সংস্কৃতত ড ল উভয়ে হয়। যেনে, স, দাড়িমম দালিম (pomegranate); গুঃ ৩ (molasses); নাড়ী, নালী (artery, tube); নড়, নলম্ (a species of reed )। অসমীয়াতত হয় (৪ঃ ১৪৬১৫২)। এতেকে জানা যায় যে প্রাকৃতত ‘তাড়ি প্রত্যয় ৰূপান্তৰিত হৈ ‘তালি হয়। এই প্রত্যয়ৰ ত’ প্রাতিপদিকত যােগ হওঁতে শব্দৰ মাজত পৰে। তেনে অৱস্থাত (অর্থাৎ পদমধ্যবর্তী স্বৰৰ পাচৰ অসংযুক্ত) ত’ৰ লােপ হয় (হেমচ. ১৭৭; বৰ ১। ভাজ যুক্ত বাণীকান্ত কাকতিদেৱে এই প্রত্যয়ৰ মূল বিশেষণ-এত্যয় এল। গুণবাচক বিশেষ-প্রত্যয় ই<ইকা বুলি অনুমান কৰে।