পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব stream); গাঁঠিয়ন (a fragrant knotty root) from গাঁঠি, স, এস্থি (a knot); বিহুৱান (present at the Bihu festival, cloth-present of the Bihu) from বিহু, স, বিযুৱৎ (vernal equinox); বগুৱান (a ridge of high land) from বগুৱা (central stem of a plantain leaf); ইত্যাদি। ৪৮০। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় মৎ। প্রাকৃতত এই ‘মৎ’ প্রত্যয় ‘মণ হয় (হেমচ, ২১৫৯)। যেনে, স, ধনবান্ (rch) • প্রা. ধণমণে বা খণৱংতাে। শব্দৰ মাজত পৰিলে ‘ম’ লােপ হয় বুলি ওপৰত কোৱা হৈছে ( $ ১৭২)। এতেকে প্রাকৃত ‘মণ’ প্রত্যয় অসমীয়াত ‘অন’ হয় বুলি সহজে ভাবিব পাৰি। যেনে, স, বিষুৱৎ (equinox)=বিসুমণণা, বিসুৱংতত (?) = অ. বিহুৱান (things given at the equinox); স. গ্রন্থিৱৎ (having knots)= প্রা. গঠিমণো = অ. গাঁঠিয়ন। অসমীয়া ‘আন’ প্রত্যয় সংস্কৃত 'বান’ৰ ৰূপান্তৰ। এয়ােবিংশ বিধ ৪৮১। সা. লি, ১। অই (ঐ) ২। আই সাধাৰণতঃ বিশেষণৰ পৰা গুণবাচক বিশেষ্য (abstract noun) উলিয়াবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়।। উদাহৰণঃ বই (বৰৈ), বৰাই (greatness, pride) from বৰ (large, great ), স, বড় (large, big, great): cf. “ঘুমতিৰ বৰৈৰ পুৱা। তিৰীৰ সৰুমুৱা।” ; টাই (pride, arrogance) from টক. (anger ), স. টংকঃ (pride, anger); উলাই (contempt) from স. উল্লংঘন (?) ( disregard ); মিঠৈ, মিঠাই (lit. sweetness : molasses) from মিঠা, স, মিষ্টম (sweet); সই (goodness) from সৎ (good, virtuous); বেজাই ( burden of a boat or cart) from বােজ। (burden); হােজাই ( simplicity) from হােজা (simple); দূৰৈ (distance) from