পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তমিত ৪২৫. দূৰ (distant); দোহাই (cy for justice) from জােহ (wrong, oftence); পােষ্টাই (strength, plumpness) from (fat, strong); লাই (indulgence) from স. লল (payful lolling); ইত্যাদি। ৪৮২। মূল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ‘তল, স্ত্রীলিত ‘তা। প্রাক্তত এই প্রত্যয় ‘দা হয় (হেমচ, ৪২৬০,২১১৫৪)। তাত বার্ষিক প্রত্যয় অ ( =ক) যােগ কৰিলে স. ‘তিকা' প্রত্যয় হয় (যীলিত ইকা' প্রত্যয় ; যেনে, ৰাধা, ৰাধিকা; বালক, বালিকা)। প্রাকৃত প্রত্যয়টো ‘দিআ’ বা ‘ই’ হয়। তাৰ আগত প্রাতিপদিক ‘অ’ যােগ হলে অইআ ( =অই) আৰু তাত আর্থিক প্রত্যয় অ যােগ হলে অঅইআ (আই) হয়। এইদৰে অসমীয়া অই আৰু আই প্রত্যয় পােৱা যায়। যেনে, স. এ. বড়াে; বা স. ড্র-প্রাকৃত বডআ; বা স. ড্রতিকা= প্রা. বড়দি বা বড়ইআ =অ, বৰই (বৰৈ)। ৪৮৩। চতুর্বিংশ বিধ সা. লি. ১। আর ২। অনি, আমি । সংজ্ঞা বা বিশেষণৰ পাচত এই প্রত্যয় যােগ হলে গুণবাচক বিশেষ (abstract noun) পােৱা যায়। প্রথম থ: যেনে, চাৰৰ (height) from চৰা বা চা (high); উধাৱ (height) from উ (high); উৰাৱ (fight) from উৰা (lying); ইত্যাদি। | দ্বিতীয় ধৰা: যেনে, খানি (solution of potash or soda) from খাৰ (potash or soda); তেলনি (act of frying in oil) from তেল (oil); তিনি (a funeral ceremony in which t is used) | ১। জন এবাণীকান্ত কাকতিনেৰে ইয়াৰ মূল বৈদিক ‘অতি প্রত্যয় বুলি ভাবে। কি বিকৃতির নিয়ৰে তাতিৰ ঠাইত ‘আৰি’ বা ‘আলি হে হ'ব। See Horn, Come Gramm, 3 98.