পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৪২৩ সাদৃত বুজাবলৈ সংজ্ঞা বা বিশেষণ-শব্দৰ পাচত এই প্রত্যয় যােগ কৰি বিশেষণ সিদ্ধ কৰা হয়। প্রথম খৰা হ্ৰ আৰু দ্বিতীয় বৰা দীর্ঘ।

আপােচ (indred, amicable) from অপভ্র, অল্প

(হেমচ, ৪৪২২, ৪২৩), প্রা. অপ্পা (হেমচ, ২৫১), স. আত্মন্ (self); তলচা (lit. almost bottom, bottom) from তল (bottom); জিম- খৰিচা (rough dry powder of fermented bamboo shoot) from ধৰ; টেঙা, টেঙচী (somewhat acid) from টেঙা (acid); কালচা (blackish) from কলা (black); পানচা, পানচীয়া (insipid ) from পানী (water); টেৰচা, টেৰচীয়া (slanting) from টে৷ (incline, slanting); স. টেৰ, টেক (squaint-eyed); ডেমেচা (crooked) from স. ভূমিঃ (an eddy); ৰাংচীয়া (reddish) from ৰঙা (red); মৰচীয়া (blackened or rendered brittle) from মৰা (dead); ৰচীয়া, (almost coloured) from ৰং (colour); পইচা (a pice) from পাই (a pie); ইত্যাদি। | ৪৭৮। মূল (Derivation) | এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত ‘দেশীয় প্রত্যয়। সংস্কৃতত ঈষৎ অসমাপ্তি (নন) অর্থত দেশীয় প্রত্যয় হয়। দেশীয় প্রত্যয়ৰ ‘দে লােপ হলে শীয় থাকে। তাত আর্থিক প্রত্যয় যােগ কৰিলে অসমীয়াত ‘চীয়অ’- ‘চীয়া হয় আৰু ‘য় ত্যাগ কৰিলে চী হয়। চ আৰু চা প্রত্যয় ‘চ’ৰ ৰূপান্তৰ আৰু চুৱা’ প্রত্যয় ‘চীয়াৰ ৰূপান্তৰ। দ্বাবিংশ বিধ সা. লি. ৪৭১। সংজ্জা-শব্দৰ পাচত এই প্রত্যয় যােগ হলে সম্বন্ধবাচক বিশেষণ বা বিশেষ হয়।। উদাহৰণ: মলিয়ন (dirty) from মলি, মল (dirt ), স. মল: (dir; alth); ভাটায়ন (down-stream) from ভাটা (down a