পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০২২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ২০৩০ ) আৰু এই শব্দ হিন্দীত টা আৰু অসমীয়াত ‘’ লােপ হলে অতী, অতি, তী বা তি হয়। যেনে, স. সম্মত্তি (close combination, প্রা. সমঘটি, হি. সগৌতী (meat, fesh), অ, চগতি (meat); প্রতি (earning of father, patrimony), প্রা, অল্পটি, পট্টি, হি. বাপটা বা পৌটা, অস, বাপতি। তি’ৰ পাচত ঈয়া, ইয়াল আৰু ইয়াৰ প্রত্যয় ($$ ৪৪৩৪৪৫৪৫৭) যােগ কৰিলে আনবিলাক প্রত্যয় পােৱা যায়। | বিংশ বিধ ৪৭৫। সা. লি. । ১। চী। ২। চীয়া তাত হােৱা বা তাৰ প্রকৃতি বুজাবলৈ সংজ্ঞা-শব্দৰ পাচত এই প্রত্যয় যােগ কৰি বিশেষণ সিদ্ধ কৰা হয়। প্রথম ধৰা হ্রস্ব, দ্বিতীয় ধৰা দীর্ঘ। উদাহৰণ খৰচী, খৰচীয়া (coarse as powder) from খৰ (hard, rough, solid ); ঘৰচীয়া (domestic) from ঘৰ (house); কেচেী , কেৰেচীয়া (half-tamed, as an animal) from স. কিৰি? (a hog, boar) বা কেতঃ (house); ইত্যাদি। ৪৭৬। মুল (Derivation) এই প্রত্যয়ৰ মূল সম্ভৱতঃ সংস্কৃত ষষ্ঠ বিভক্তি। সংস্কৃত ৬ষ্ঠী বিভক্তি স্য প্রাকৃতত সস হয় ( ১২৩৪)। তাৰ স’ ইং হলে অসমীয়াত চ (=স) হয়। তাৰ পাচত অসমীয়া তদ্ধিত প্রত্যয় ‘ঈ’ যােগ কৰিলে চী’ আৰু ‘ঈয়া যােগ কৰিলে ‘চীয়া হয় ( $$ ৪৩৭৪ ৪৩)। হিন্দীত এই প্রত্যয় চা হয়। যেনে, ঘৰচা (domestic)। একবিংশ বিধ সা. লি. ১। চ, ছ, চী ২। চয়, চুৱা ১। ডাক্তৰ জযুকান্ত কাকতিদেৱে ইয়াৰ মূল সংরুত ত্য' বুলি ভাবে। ২। See Hornle, Comp. Gramm. $ ২৪০ ৪৭৭।